VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ মধ্যস্থতা কৰিবলৈ সাজু ভাৰত, ইংগিত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ

voicedesk by voicedesk
February 22, 2024
in মুখ্য সংবাদ
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ মধ্যস্থতা কৰিবলৈ সাজু ভাৰত, ইংগিত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ
0
SHARES
208
VIEWS
Share on FacebookShare on Twitter

 

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ মধ্যস্থতাৰ ভূমিকা পালন কৰিবলৈ সাজু ভাৰত। জাৰ্মানীৰ এখন দৈনিক কাকতক দিয়া সাক্ষাৎকাৰত এই ইংগিত দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।তেওঁ এইটো ইংগিত দিয়ে যে ভাৰতে নিজাববীয়াকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰে। কিন্তু যদিহে এই প্ৰস্তাৱ ভাৰতলৈ আহে তেন্তে ইয়াক ইতিবাচক দৃষ্টিৰে চোৱা হ’ব।

 

তেওঁ কয় -, “আমি ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু বিশ্বাস কৰোঁ যে ই এদিন শেষ হ’ব। এই সংঘাতৰ বাবেই সকলোৱে ক্ষতিগ্ৰস্ত হয়। কিন্তু এই যুদ্ধ কেনেকৈ শেষ হ’ব মই সঠিকভাৱে নাজানো। আমি জানিব পৰাকৈ গোটেই প্ৰক্ৰিয়াটোৰ গভীৰতালৈ যোৱা নাই।” এই যুদ্ধৰ ফলত ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাৰ বিষয়টো উত্থাপন কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, “ইউক্ৰেইনৰ যুদ্ধৰ পিছত ইউৰোপে তেওঁলোকৰ তেল ৰপ্তানিৰ বাবে পূব এছিয়ালৈ মুখ কৰিলে। আমি কি কৰিম? বহু ক্ষেত্ৰত পূব এছিয়াই ইউৰোপক বেছি পছন্দ কৰে কাৰণ তেওঁলোকে অধিক মূল্য দিবলৈ সক্ষম। অন্যথা হয় আমি দীঘলীয়া শাৰীৰ বাবে তেল কিনা বন্ধ কৰিব লাগিব, নহয় ইউৰোপৰ দৰে উচ্চ দাম দিব লাগিব।”

 

আৰু কেইদিনমানৰ পাছত ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ দুবছৰ পূর্ণ  হ’ব। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্লাদিমিৰ পুটিনে এই আক্ৰমণ আৰম্ভ কৰিছিল।

Previous Post

এবছৰৰ ভিতৰত যক্ষ্মা নির্মূলত গুৰুত্ব কেন্দ্ৰৰ, প্ৰাপ্তবয়স্কক বিচিজি টিকা দিয়াৰ পৰিকল্পনা

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7