VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গণেশ চতুৰ্থীৰ শুভক্ষণত জানো আহক ভাৰতৰ কিছু বিখ্যাত গণেশ মন্দিৰৰ বিষয়ে

voicedesk by voicedesk
September 10, 2021
in সমাজ
গণেশ চতুৰ্থীৰ শুভক্ষণত জানো আহক ভাৰতৰ কিছু বিখ্যাত গণেশ মন্দিৰৰ বিষয়ে
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

আজি গণেশ চতুৰ্থী । দেশৰ প্ৰায়ভাগ লোক আজি ব্যস্ত গণেশ দেৱতাৰ পূজা অৰ্চনা কৰাত। এনে এক শুভক্ষণত জানো আহক ভাৰতৰ কিছু বিখ্যাত গণেশ মন্দিৰৰ বিষয়ে। কেৱল ধৰ্মীয় ক্ষেত্ৰতে নহয় ঐতিহাসিক কাৰণতো বিখ্যাত এই মন্দিৰসমূহ।

Siddhivinayak Temple
  • সিদ্ধিবিনায়ক মন্দিৰ , মুম্বাই  (Siddhivinayak Temple),  –  মুম্বাইত থকা এই গণেশ মন্দিৰ ভাৰতৰ ভিতৰতে অন্যতম। ইয়াত ভগৱানক নৱসাছা গণপতি (Navasacha Ganpati) হিচাপে পূজা কৰা হয়। ১৮০১ চনত নিৰ্মাণ কৰা এই মন্দিৰলৈ দেশ-বিদেশৰ বহুতো লোক দেৱতা পৰিদৰ্শনৰ বাবে আহে।
Ganapatipule Temple
  • গণপতিপুলে মন্দিৰ , ৰত্নগিৰি (Ganapatipule Temple)- মুম্বাইৰ পৰা প্ৰায় ৩৫০ কি.মি. দূৰত্বত কোংকন জিলাত অৱস্থিত এই মন্দিৰ। প্ৰায় ৪০০ বছৰ পুৰণি এই মন্দিৰত গণেশ দেৱতাক পশ্চিম-দুৱাৰ দেৱতা নামে জনা যায়।
Kanipakam Vinayaka Temple
  • কানিপাকাম বিনায়ক মন্দিৰ, চিত্তুৰ (Kanipakam Vinayaka Temple)- অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ নামৰ ঠাইত থকা এই মন্দিৰ প্ৰায় ১০০০ বছৰ পুৰণি। প্ৰাপ্ত তথ্য মতে মন্দিৰত থকা গণেশ দেৱতাৰ আৰাধ্য মূৰ্ত্তিৰ আকাৰ দিনক দিনে বাঢ়ি গৈ আছে।
Dagdusheth Halwai Ganapati Temple
  • শ্ৰীমৎ দগৰুশেঠ হালৱাই গণপতি মন্দিৰ,পুনে (Dagdusheth Halwai Ganapati Temple) –  এই মন্দিৰ ইয়াত থকা দেৱতাৰ মূৰ্ত্তিৰ বাবে বিখ্যাত। এই মূৰ্ত্তিৰ উচ্চতা ৭ ফুট ৫ ইঞ্চি আৰু বহল প্ৰায় ৪ ফুট।
Ucchi Pillayar Temple
  • উচ্চি পিল্লাইয়াৰ মন্দিৰ, তিৰুচিৰাপল্লি (Ucchi Pillayar Temple)- উল্লেখ্য যে বিজয়নগৰ ৰাজ্যৰ ৰজাই নিৰ্মাণ কৰিছিল এই মন্দিৰ । পাহাৰৰ একেবাৰে ওপৰভাগত নিৰ্মিত এই মন্দিৰৰ কাৰুকাৰ্য আৰু কাষতে লাগি থকা কাবেৰী নদীৰ সৌন্দৰ্যই দৰ্শনাৰ্থীক সহজতে আকৰ্ষিত কৰিব পাৰে।
Vighnahar Temple
  • বিঘ্নহৰ মন্দিৰ , ওজাৰ (Vighnahar Temple)- পুনেৰ পৰা প্ৰায় ৮৫ কি.মি দূৰত্বত, কুকাদি নদীৰ পাৰত অৱস্থিত এই মন্দিৰ। স্কন্দ পুৰাণত থকা কাহিনী অনুসৰি বিঘ্নাসুৰক বধ কৰি বিঘ্নহৰ ৰূপে জনা গৈছিল গণেশক। সেই কাহিনীমৰ্মেই উক্ত মন্দিৰৰ কাৰুকাৰ্য আৰু মূৰ্ত্তি কল্পনা কৰি সাজি উলিওৱা হৈছে।
Ranthambore Ganesh Temple
  •  এই মন্দিৰ সমূহৰ উপৰিও ৰণথাম্বোৰ গণেশ মন্দিৰ (Ranthambore Ganesh Temple),
Ganesh Tok Temple
  • গেংটকৰ গণেশ টোক মন্দিৰ (Ganesh Tok Temple)
Moti Dungri Ganesh Temple
  • ৰাজস্থানৰ মতি ডাংৰি গণেশ মন্দিৰ (Moti Dungri Ganesh Temple) আদিবোৰো ভাৰতৰ বিখ্যাত মন্দিৰ।

Previous Post

শিশু, অভিভাৱক আৰু পৰিৱেশ

Next Post

৬ মাহৰ যুদ্ধবিৰতি ঘোষণা ডি এন এল এ গোটৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
৬ মাহৰ যুদ্ধবিৰতি ঘোষণা ডি এন এল এ গোটৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি

৬ মাহৰ যুদ্ধবিৰতি ঘোষণা ডি এন এল এ গোটৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7