VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউ পি এছ চি ৰেংক হোল্ডাৰ মেজৰ অভিনন্দনৰ পৰিচালনাত গুৱাহাটীত চাণক্য আই এ এছ একাডেমীৰ কৰ্মশালা

voicedesk by voicedesk
May 13, 2024
in মুখ্য সংবাদ
ইউ পি এছ চি ৰেংক হোল্ডাৰ মেজৰ অভিনন্দনৰ পৰিচালনাত গুৱাহাটীত চাণক্য আই এ এছ একাডেমীৰ কৰ্মশালা
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় লোকসেৱা আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বিচৰা শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ চাণক্য আই এ এছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত ১১মে’ শণিবাৰে ‘ইউ পি এছ চি/এ পি এছ চিৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব’ শীৰ্ষক এক বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই শৈক্ষিক কৰ্মশালাখনিৰ পৰিচালনা কৰে চাণক্য একাডেমীৰ পৰা ২০২৩ বৰ্ষত ইউ পি এছ চি পৰীক্ষাত শীৰ্ষ স্থান প্ৰাপ্ত মেজৰ অভিনন্দনে।
কৰ্মশালাখনিত মেজৰ অভিনন্দনে ইউ পি এছ চি আৰু এ পি এছ চিৰ উচ্চাকাংক্ষী শিক্ষাৰ্থীসকলৰ প্ৰশ্ন আৰু উদ্বেগ দূৰ কৰি এই বাধাসমূহ কিদৰে অতিক্ৰম কৰিব পাৰি, সেই বিষয়ে উপায় আৰু পদ্ধতি প্ৰদান কৰে। তেওঁ লগতে ২০২৩ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাত তেওঁৰ সফলতাৰ যাত্ৰা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰে।
মেজৰ অভিনন্দনৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালাখনি সন্দৰ্ভত মত ব্যক্ত কৰি কেন্দ্ৰৰ সঞ্চালক কৌৰংগ নয়নী চেতিয়াই কয়, ‘আমাৰ কেন্দ্রৰ ছাত্র-ছাত্রীসকলৰ বাবে তেওঁৰ বহুমূলীয়া সময় প্ৰদান কৰাৰ বাবে মেজৰ অভিনন্দনৰ ওচৰত আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ উপস্থিতিয়ে সঁচাকৈয়ে শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে নিশ্চিতভাৱে আগন্তুক ইউ পি এছ চি আৰু এ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰাত সহায় কৰিব।”

Previous Post

পদ্মশ্ৰী ড০ বীৰুবালা ৰাভাৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ গভীৰ শোক অসমে হেৰুৱালে কু-সংস্কাৰ, ডাইনী বিৰোধী

Next Post

আয়ৰালেণ্ডৰ শূন্য ৰাণত আউট হোৱাৰ পাছতো বাবৰৰ বিশ্ব অভিলেখ, পাকিস্তানৰ অধিনায়কগৰাকীয়ে কি নজিৰ গঢ়িলে !

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আয়ৰালেণ্ডৰ  শূন্য ৰাণত আউট হোৱাৰ পাছতো বাবৰৰ বিশ্ব অভিলেখ, পাকিস্তানৰ অধিনায়কগৰাকীয়ে কি নজিৰ গঢ়িলে !

আয়ৰালেণ্ডৰ শূন্য ৰাণত আউট হোৱাৰ পাছতো বাবৰৰ বিশ্ব অভিলেখ, পাকিস্তানৰ অধিনায়কগৰাকীয়ে কি নজিৰ গঢ়িলে !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7