VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আদা আৰু নহৰু একেলগে খোৱাটো শৰীৰৰ বাবে বেয়া নেকি?কি মতামত পুষ্টিবিদসকলৰ ?

voicedesk by voicedesk
May 13, 2024
in জীৱন
আদা আৰু নহৰু একেলগে খোৱাটো শৰীৰৰ বাবে বেয়া নেকি?কি মতামত পুষ্টিবিদসকলৰ ?
0
SHARES
4.8k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে নিৰামিষ ৰন্ধনত নহৰু ব্যৱহাৰ কৰা নহয়। কিন্তু আমিষ ৰন্ধনত আদা আৰু নহৰু দুয়োটাই দিয়া হয়। আদা-নহৰুৰ সংমিশ্ৰণে ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰে ৷ অৱশ্যে আয়ুৰ্বেদত আদা আৰু নহৰু দুয়োটা মছলাৰ গুৰুত্ব সমান। বহুতে ভাবে যে আদা আৰু নহৰু একেলগে খাব নালাগে বা ইয়াৰ ঔষধি গুণ হেৰাই যায়। এনে ধাৰণা যুক্তিসংগত নেকি?

 

আদা:

নিৰামিষ হওক বা আমিষ, প্ৰায় সকলো খাদ্যতে আদা যোগ কৰা হয়। ই ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও আদাৰ ঔষধি গুণ কম নহয়। আদাত ‘জিঞ্জৰল’ নামৰ এবিধ পদাৰ্থ থাকে। যিটো  এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰী। ‘জাৰ্নেল অৱ অলটাৰনেটিভ এণ্ড কম্প্লিমেণ্টৰী মেডিচিন’ত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে শৰীৰৰ যিকোনো ঠাইত বিশেষকৈ পেশীৰ আঘাত ভাল কৰাত আদাই অতি উত্তম কাম কৰে। আন এক গৱেষণাৰ মতে, টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত আদাইও উল্লেখযোগ্য ভূমিকা পালন কৰে।

 

নহৰু:

আমিষ ৰন্ধনত নহৰুৰ ব্যৱহাৰ অতি সাধাৰণ। হালধিত ‘এলিচিন’ থাকে। এই ‘এলিচিন’ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল আৰু এন্টিফাংগেল। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ৰক্তচাপ আৰু ‘বেয়া’ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। “জাৰ্নেল অৱ ইমিউন’লজি ৰিচাৰ্চ”ৰ মতে নহৰু খালে শৰীৰৰ ইমিউন কোষৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ঠিক আদাৰ দৰে এই মছলাৰ সংমিশ্ৰণেও তেজত থকা ‘বেয়া’ কলেষ্টেৰল আতৰোৱাত ফলপ্ৰসূ।

 

আদা আৰু নহৰু একেলগে মিহলি কৰিলে শৰীৰত বিপৰীত প্ৰতিক্ৰিয়া হ’ব পাৰে বুলি বহুতে ভাবে। এই ধাৰণাটো একেবাৰেই যুক্তিসংগত নহয়। পুষ্টিবিদসকলৰ মতে  বৰঞ্চ আদা নহৰুৰ মিশ্ৰনে পুষ্টিগুণ বৃদ্ধি কৰে। ‘জাৰ্নেল অৱ এগ্ৰিকালচাৰেল এণ্ড ফুড কেমিষ্ট্ৰী’ত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে এই দুটা উপাদানত থকা এন্টিঅক্সিডেন্ট একেলগে মিহলি হ’লে শৰীৰত ইয়াৰ প্ৰভাৱ বাঢ়ি যায়।

Previous Post

চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফলো ঘোষণা, নহ’ব কম্পার্টমেণ্টেল পৰীক্ষা, কোন কোন পৰীক্ষার্থীয়ে সুযোগ পাব পৰিপূৰক পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ ?

Next Post

আজিয়েই গুৱাহাটী পাব ৰাজস্থান ৰয়েলছ দল, দুয়োখন মেচত ৰিয়ানৰ প্ৰদর্শনক লৈ উৎকণ্ঠিত ক্ৰীড়াপ্ৰেমী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আজিয়েই গুৱাহাটী  পাব ৰাজস্থান ৰয়েলছ দল, দুয়োখন মেচত ৰিয়ানৰ প্ৰদর্শনক লৈ উৎকণ্ঠিত ক্ৰীড়াপ্ৰেমী

আজিয়েই গুৱাহাটী পাব ৰাজস্থান ৰয়েলছ দল, দুয়োখন মেচত ৰিয়ানৰ প্ৰদর্শনক লৈ উৎকণ্ঠিত ক্ৰীড়াপ্ৰেমী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7