VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মগজুৰ বিৰল সংক্ৰমণত আক্ৰান্ত কেৰালাৰ কিশোৰ হ’ল সুস্থ, এই ৰোগৰ পৰা পৃথিৱীত সুস্থ হৈছে মাত্ৰ ১১ জন লোক

voicedesk by voicedesk
July 23, 2024
in মুখ্য সংবাদ
মগজুৰ বিৰল সংক্ৰমণত আক্ৰান্ত  কেৰালাৰ কিশোৰ হ’ল সুস্থ,  এই ৰোগৰ পৰা পৃথিৱীত সুস্থ হৈছে  মাত্ৰ ১১ জন লোক
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

এমিবিক মেনিনগো এনকেফেলাইটিছ। মগজুৰ এক বিৰল সংক্ৰমণ। এবাৰ সংক্ৰমিত হ’লে জীয়াই থকাৰ সম্ভাৱনা কম। এই সংক্ৰমণত মৃত্যুৰ হাৰ ৯৭ শতাংশ। এই পৰ্যন্ত বিশ্বজুৰি ১১ জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। সেই বিৰল আৰু জটিল ৰোগৰ পৰা সুস্থ হৈ উঠিছে কেৰালাৰ কোঝিকোডৰ এজন কিশোৰ।

 

অসুস্থ কিশোৰীগৰাকীক প্ৰথমে কোজিকোডৰ মেলাদি গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। তাতেই স্বাস্থ্যকৰ্মীসকলে কিশোৰজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। তেওঁলোকে অসুস্থতাৰ লক্ষণসমূহ উচ্চ কৰ্তৃপক্ষক জনাইছিল। সংক্ৰমণ নিশ্চিত হোৱাৰ পিছত কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জৰ নেতৃত্বত এক বিশেষজ্ঞ দলে স্বাস্থ্য বিভাগত এক বৈঠক অনুষ্ঠিত কৰে। সেইদিনা পুনৰ কিশোৰজনৰ মৃগীৰোগ হৈছিল। ফলত পৰিয়ালৰ লোকে পলম নকৰাকৈয়ে ১ জুলাইত কোজিকোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।

 

ৰাজ্যৰ স্বাস্থ্য বিভাগে কিশোৰজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। স্বাস্থ্য বিভাগে তেওঁৰ চিকিৎসাৰ বাবে মিল্টেফ’চিন নামৰ এবিধ এন্টিমাইক্ৰ’বিয়াল ঔষধ যোগান ধৰিছিল। চিকিৎসা আৰম্ভ কৰাৰ তিনি সপ্তাহৰ ভিতৰতে সুস্থ হৈ উঠে কিশোৰীগৰাকী। চিকিৎসকৰ মতে, প্ৰাৰম্ভিক পৰ্যায়ত সংক্ৰমণ ধৰা পৰাত চিকিৎসাৰ ফলত কিশোৰজন সুস্থ হৈ উঠে।

 

উল্লেখযোগ্য যে যোৱা তিনিমাহত কেৰালাত তিনিটা শিশু এই ৰোগত আক্ৰান্ত হৈছিল। তিনিওজনৰ মৃত্যু হয়। এমিবিক মেনিনগোএনকেফেলাইটিছ হৈছে এক প্ৰকাৰৰ পানীজনিত সংক্ৰমণ। দূষিত পানীত জীৱিত এমিবাৰ দ্বাৰা সংক্ৰমণ বিয়পে। ইতিমধ্যে কেৰালাৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা। কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে যাতে এই ৰোগ আগতীয়াকৈ ধৰা পৰে। ইয়াৰ বাবে তেওঁ ইনষ্টিটিউট অৱ এডভান্সড ভাইৰ’লজীৰ সহযোগিতা লোৱাৰো প্ৰস্তাৱ আগবঢ়ায়।

Previous Post

কেবল সুগন্ধিৰ বাবে ৰন্ধনত ধনিয়া পাত ব্যৱহাৰ কৰে নেকি ? ধনিয়াৰ আছে অলেখ পুষ্টিগুণণো

Next Post

সন্ধান ওলোৱা নাই বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱাৰ, অন্তিম লোকেশ্যন ট্ৰেক কৰি আৰক্ষীৰ জোৰদাৰ অভিযান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সন্ধান ওলোৱা নাই বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱাৰ, অন্তিম লোকেশ্যন ট্ৰেক কৰি আৰক্ষীৰ জোৰদাৰ অভিযান

সন্ধান ওলোৱা নাই বিশিষ্ট সংগীতশিল্পী ৰমেন বৰুৱাৰ, অন্তিম লোকেশ্যন ট্ৰেক কৰি আৰক্ষীৰ জোৰদাৰ অভিযান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7