জৈৱিক অণু গঠনত নতুন দিশ উদঘাটন কৰাৰ বাবে দুই ৰাসায়নবিদ জাৰ্মানীৰ মেক্স প্লাংক ইনষ্টিটিউটৰ অধ্যাপক বেঞ্জামিন লিষ্ট আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিদ মেকমিলানলৈ ২০২১ বৰ্ষৰ ৰাসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰে।

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7