দেৱীৰ ঘোঁৰাত আগমন।ফল-ছত্ৰভঙ্গতুৰঙ্গম।
সামাজিক, ৰাজনৈতিক তথা সামৰিক অস্হিৰতা।
২৪ আহিন, ইংৰাজী১১অক্টোবৰ২০২১, সোমবাৰ:- পুৱা ৮.৩০ বজাৰ পৰা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ।সন্ধ্যা দেৱীৰ বোধন,আমন্ত্ৰণ ও অধিবাস।
২৫ আহিন,ইংৰাজী ১২ অক্টোবৰ ২০২১,মঙ্গলবাৰ:-পুৱা ৮.২৯ বজাৰ পৰা ৯.১৭ বজাৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ,স্হাপন ও সপ্তমী বিহিত পূজা।
২৬ আহিন,ইংৰাজী ১৩ অক্টোবৰ ২০২১,বুধবাৰ:-পুৱা ৮.২০ বজাৰ ভিতৰত দেৱীৰ মহা অষ্টমী পূজা,চণ্ডীপাঠ।ৰাতি ১০.৫০ বজাৰ পৰা ১১.৪৫ বজাৰ ভিতৰত দেৱীৰ অৰ্দ্ধৰাত্ৰি পূজা।
২৭ আহিন,ইংৰাজী ১৪ অক্টোবৰ ২০২১,বৃহস্পতিবাৰ:-পুৱা ৯-১৭ বজাৰ ভিতৰত দেৱীৰ মহা নৱমী পূজা,পূজাৰ অন্তত হোম আৰু কুমাৰী পূজা।
২৮ আহিন,ইংৰাজী ১৫ অক্টোবৰ ২০২১,শুক্ৰবাৰ:-পুৱা ৭.৪৫ বজাৰ ভিতৰত দেৱীৰ মহা দশমী বিহিত পূজা,দেৱীৰ বিসৰ্জন ও অপৰাজিতা পূজা।
দেৱীৰ দোলাত গমন।
ফল- মৰকং ভৱেৎ।মাৰক,বহুমৃত্যু।
Voice 24×7 পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে আগন্তুক শাৰদীয় দূৰ্গা পূজাৰ বাবে যাঁচিলো আন্তৰিক শুভেচ্ছা