কালি সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ১৭ টা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ প্ৰযোজকলৈ ১০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। কভিদ মহামাৰীৰ ফলত ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত কলা কুশলী সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল।
ইয়াৰ উপৰিও ৯৭৪ ভ্ৰাম্যমাণ শিল্পীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। ৯৭৪ ভ্ৰাম্যমাণ শিল্পীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল দেৱ উপস্থিত থাকে।