VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰপূৱ ভাৰতত ঔষধ উদ্যোগৰ পূৰ্ণ সম্ভাৱনা আছে: সৰ্বানন্দ সোণোৱাল

শিৱানী বৰা by শিৱানী বৰা
October 20, 2021
in অভিমত, মুখ্য সংবাদ
উত্তৰপূৱ ভাৰতত ঔষধ উদ্যোগৰ পূৰ্ণ সম্ভাৱনা আছে: সৰ্বানন্দ সোণোৱাল
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উত্তৰ পূব ভাৰতত ঔষধ উদ্যোগৰ ক্ষেত্ৰত সম্ভাৱনা আছে বুলি অলপতে উল্লেখ কৰে।

উত্তৰ পূব ভাৰতত বৃহৎ পৰিমাণে ঔষধি উদ্ভিদ পোৱা যায়। ঔষধি উদ্ভিদৰ যদি খেতি আৰম্ভ কৰা হয় তেন্তে খেতিয়কৰ লগতে বহুতো ঔষধ উদ্যোগ গঢ়ি তোলাত সহায় হ’ব বুলি সোণোৱাল ডাঙৰীয়াই মতপোষণ কৰে।

আমাৰ অসমৰ বাবেও এয়া এক নতুন সম্ভাৱনা। নিম, তুলসী, আমলখি, হালধি, আদা, জেতুকা, পদিনা, শিলিখা আদি বহুতো গছ আমাৰ অসমত ব্যাপক ভাবে পোৱা যায়। 

এই ঔষধি উদ্ভিদ সমূহৰ যদি ব্যৱসায়িক ভিত্তিত খেতি আৰম্ভ কৰা হয় তেতিয়া হ’লে অৰ্থ উপাৰ্জনৰ লগতে অসমৰ উদ্যোগ খণ্ডত এক নতুন সংযোজন হোৱাৰ স্থল আছে।

উদ্যোগ এটা গঢ়ি তুলিবলৈ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী হৈছে কেঁচামাল। ব্ৰিটিছে ভাৰতৰ দৰে দেশৰ পৰা কেঁচামাল কঢ়িয়াই হ’লেও ইউৰোপত উদ্যোগ স্থাপন কৰিছিল। কিন্তু আমাৰ অসমত কেঁচা সামগ্ৰীৰ কোনো অভাৱ নাই। 

গতিকে ইচ্ছুক অসমৰ লোকসকলে চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ অধীনত ঋণ গ্ৰহণ কৰি নিজাববীয়াকৈ বা কেইবাজনো মিলি সৰু সৰু ঔষধি উদ্যোগ স্থাপন কৰিব পাৰিব। 

আত্মনিৰ্ভৰ অসম গঢ় লৈ উঠাৰ ক্ষেত্ৰত এই ঔষধ উদ্যোগ এক নতুন সম্ভাৱনা। ডক্টৰ ৰেড্ডী, মেন কাইণ্ডৰ দৰে বিশ্ব ব্যাপি থকা ভাৰতীয় ঔষদ প্ৰতিষ্ঠান আমাৰ অসমতো নিজাকৈ গঢ় লৈ উঠিব বুলি আমি আশাবাদী।

 

Previous Post

অসমৰ সুযোগ্য সন্তান সৃষ্টি ৰাণী টাইদলৈ ভাৰত ভূষণ সন্মান

Next Post

প্ৰতিটো হাহিঁৰ অন্তৰালত কেৱল ৰাজনৈতিক স্বাৰ্থ থাকে নেকি ?

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
Next Post
প্ৰতিটো হাহিঁৰ অন্তৰালত কেৱল ৰাজনৈতিক স্বাৰ্থ থাকে নেকি ?

প্ৰতিটো হাহিঁৰ অন্তৰালত কেৱল ৰাজনৈতিক স্বাৰ্থ থাকে নেকি ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7