ভাৰতলৈ অহা আন্তৰ্জাতিক বিমান যাত্ৰীৰ বাবে নিগেটিভ আৰ টি পি চি আৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰা হৈছে। অহা ২৫ অক্টোবৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব।
বিশ্বৰ বিভিন্ন প্ৰান্তত কভিদৰ তৃতীয় ঢৌৱে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাছিয়াত এদিনতে হাজাৰ লোকৰ মৃত্যু ঘটিছে। সাম্প্ৰতিক কভিদ পৰিস্থিতিৰ কথা লক্ষ্য ৰাখি এই নিয়ম প্ৰযোজ্য কৰা হৈছে।