VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আলোচনাৰ মেজলৈ অহা এন ডি এফ বি সদস্যক ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য অসম চৰকাৰৰ

অৰ্থনৈতিক আন্দোলনৰ সূচনা কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

voicedesk by voicedesk
December 5, 2021
in মুখ্য সংবাদ
আলোচনাৰ মেজলৈ অহা এন ডি এফ বি সদস্যক ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য অসম চৰকাৰৰ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

হিংসাৰ পথ এৰি আলোচনাৰ মেজলৈ অহা এন ডি এফ বি সদস্যলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৰাজ্য চৰকাৰে। হিংসা ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহা এন ডি এফ বিৰ বিভিন্ন গোটৰ ১,১০৫জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপ’জিট প্ৰমাণ পত্ৰ আজি হস্তান্তৰ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ধনৰ সদ্ব্যৱহাৰ কৰি ৰাজ্যত এক অৰ্থনৈতিক আন্দোলন আৰম্ভ কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰচেষ্টাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁলোকক অনুৰোধ জনায়৷ লগতে ৰাজ্যখনত এক আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক সবলীকৰণৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈও আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

এই উপলক্ষে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ কয় ‘আমাৰ চৰকাৰ বি টি আৰত বাস কৰা লোকসকলৰ আশা-আকাংক্ষা পূৰণত দৃঢ়প্ৰতিজ্ঞ। বড়ো ভাষা-সংস্কৃতিৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি হিচাপে, চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক এ পি এছ চি পৰীক্ষাত বড়ো ভাষাত লিখাৰ অনুমতি দিয়াৰ কথাও চিন্তা কৰা হৈছে।’

যোৱা ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হিচাপে কেডাৰসকলৰ পুনৰ্সংস্থাপনৰ ব্যবস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমত শান্তিৰ এক নতুন যুগ আৰম্ভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বড়ো নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

অসম চৰকাৰৰ গৃহবিভাগ আৰু আৰক্ষীৰ বিশেষ শাখাৰ দ্বাৰা আয়োজিত আজিৰ এই অনুষ্ঠানত বি
টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংঘল,গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এল আৰ বিষ্ণয়, হীৰেন নাথকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

Previous Post

ৰঞ্জন গগৈৰ আত্মজীৱনী

Next Post

আজিও উত্তপ্ত নাগালেণ্ডৰ মন জিলা, ইচ্ছাকৃত ভাবে ১৩ জনক হত্যা কৰাৰ অভিযোগ গঞাঁৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজিও উত্তপ্ত নাগালেণ্ডৰ মন জিলা, ইচ্ছাকৃত ভাবে ১৩ জনক হত্যা কৰাৰ অভিযোগ গঞাঁৰ

আজিও উত্তপ্ত নাগালেণ্ডৰ মন জিলা, ইচ্ছাকৃত ভাবে ১৩ জনক হত্যা কৰাৰ অভিযোগ গঞাঁৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7