🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
২০ আঘোন, মঙ্গলবাৰ, ইং ৭ ডিচেম্বৰ।
২০২১।
সূৰ্য্যোদয় ঘ:- ৬/১/৭,সূৰ্য্যাস্ত
,ঘ:৪/২৯/৩
*ৰাশি:-* ধনু ৰাশি।ঘ:- ১২/৩৪/৩ যোৱত মকৰ ৰাশি।
*তিথি :-* শুক্লা তৃতীয়া।প্ৰা:ঘ:- ৬/৪৩/৫৫ লৈ।
*নক্ষত্ৰ :-* পূৰ্ব্বষাঢ়া ।প্ৰা: ঘ:- ৭/০/১০ লৈ।
*শুভ সংখ্যা:-* ৬/১
*শুভ ৰং:-* ৰঙা/নীলা ।
*আদ্যঋতু হলে :-* প্ৰতিহীনা যোগ।
*মৰণত দোষ*:- এপদ।প্ৰা:ঘ:- ৭/০০/১০ যোৱাত ত্ৰিপদ,শে:ৰা:ঘ:- ৫/৩৩/৩৯ যোৱাত এপদ ।
*যাত্ৰা:-* অগ্নি কোনত নাই। প্ৰা:ঘ:- ৬ /৪৩ /৫০ যোৱাত নৈঋত কোনত নাই শে:ৰা:ঘ:- ৪/৫২/৩৮ যোৱাত দক্ষিণ দিশত নাই।
*যোগিনী :-* অগ্নি কোনত। প্ৰা:ঘ:- ৬ /৪৩ /৫০ যোৱাত নৈঋত কোনত । শে:ৰা:ঘ:- ৪/৫২/৩৮ যোৱাত দক্ষিণ দিশত।
*ভক্ষাভক্ষ্য:-* পটল খোৱা নিষেধ।প্ৰা: ঘ:- ৬/৪৩/৫০ যোৱাত মূলা খোৱা নিষেধ।শে:ৰা:ঘ- ৪/৪২/৩৬ যোৱাত বেল খোৱা নিশেধ।
১. *মেষ ৰাশি* (অ,ল) : – মেষ
ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব,কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হব, সঞ্চিত ধন ক্ষয় হব পাৰে লগতে কৰ্ম ,দেহ – মনত সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।
৩. *মিথুন ৰাশি* ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খংঙ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায় ।
৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ হব, আৰ্থাৰ দিশত যোগাযোগ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, ঋন আদায় হোৱাৰ সুযোগ লাভ হব যদিও যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, বন্ধু লাভ হব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ শুভ হব, কৰ্মত ক্ষেত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হব, আৰ্থিক দিশত শুভ হব, যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।
১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনত চিন্তা বাঢ়িব পাৰে ,কৰ্ম পৰিৱৰ্তন হব পাৰে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে সামান্য আৰ্থিক দিশত সমস্যা বাঢ়িব পাৰে , লগতে আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পাৱ পাৰে ।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হব, শত্ৰু নাশ হব, যদিও আজি আপুনি কৰ্মত সামান্য সাহস কমিব পাৰে।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। ”
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
Ph no -9101096481
Wp no – 9577136205
🙏🙏🙏🙏🙏🙏🙏