শিক্ষক স্থানান্তৰ ব্যৱস্থাপনা প্ৰণালীৰ বাবে সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকে চৰকাৰী ৱেবছাইটত পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ চৰকাৰী তথ্য অনুসৰি এই পঞ্জীয়নৰ সময়সীমা ১০ ডিচেম্বৰ ২০২১লৈকে বান্ধি দিয়া হৈছে ৷পঞ্জীয়নৰ বাবে সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকে চৰকাৰী ৱেবছাইটত অনুসৰণ কৰিব লাগিব আৰু প্ৰথম পৰ্য্যায়ত অনলাইন পঞ্জীয়নৰ যোগে প্ৰণালীবদ্ধ ভাৱে পৰৱৰ্তী সময়ত নিজৰ কৰ্মস্থান সাল-সলনি কৰিব পাৰিব বুলি চৰকাৰী সূত্ৰৰ দ্বাৰা জানিব পৰা গৈছে ৷