VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজিৰ পৰা Digital forensics Dark Net & criypto currencies বিষয়ৰ প্ৰশিক্ষণ শিবিৰ

voicedesk by voicedesk
December 10, 2021
in মুখ্য সংবাদ
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজিৰ পৰা Digital forensics  Dark Net & criypto currencies বিষয়ৰ প্ৰশিক্ষণ শিবিৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ চি আই ডি বিভাগৰ উদ্যোগত এন চি বিৰ সহযোগত আজিৰে পৰা উলুবাৰীস্থিত অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে Digital forensics Dark Net & criypto currencies বিষয়ৰ প্ৰশিক্ষণ শিবিৰ।প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।সঞ্চালক প্ৰধান মহন্তই নিজৰ ভাষণৰ প্ৰসংগত কয়- ম্যানমাৰে নিজকে অৰ্থনৈতিক ভাৱে শক্তিশালী কৰিবলৈ ড্ৰাগছ প্ৰস্তুত কৰি থকালৈকে ড্ৰাগছৰ বেহা চলিয়ে থাকিব।ইমান সহজে শেষ কৰিব পৰা নাযায়।দেশৰ ভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ মুখ্য স্থান হৈছে গুৱাহাটী।ম্যানমাৰ, লাউছ আৰু থাইলেণ্ড হৈছে ড্ৰাগছৰ গোল্ডেন ট্ৰাইনগল।এই দেশৰ সীমান্তৰে উত্তৰ পূৰ্বাঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ।সেই ট্ৰাইনগল এতিয়া ডেথ ট্ৰাইনগললৈ পৰিণত কৰিছে অসম আৰক্ষীয়ে।

‘উপিয়ামৰ পৰা ড্ৰাগছলৈ নিষিদ্ধ সকলোবোৰ দেশ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় অসমৰ মাজেৰে।
ম্যানমাৰৰ পৰা মিজোৰামহৈ অসম লৈ ড্ৰাগছ অহা কথা উল্লেখ কৰি মহন্তই কয়- সৰবৰাহকাৰীয়ে ডিমাপুৰত মজুত কৰি ৰাখে বৃহৎ পৰিমাণৰ ড্ৰাগছ।অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে গঠন কৰিছে এটা শক্তিশালী দল।উত্তৰ-পূৰ্বাঞ্চলৰ ড্ৰাগছৰ সমস্যাকলৈ চিন্তিত দেশ প্ৰধানমন্ত্ৰী।মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে আৰক্ষীক ।
ড্ৰাগছৰ সমস্যা সমাধানৰ বাবে অসম আৰক্ষীয়ে কাম কৰি থকা বুলি উল্লেখ কৰি সঞ্চালক মহন্তই কয় যে উত্তৰ-পূৰ্বাঞ্চলত ভয়াৱহভাবে আগবাঢ়িছে ড্ৰাগছ সৰবৰাহ, ক্ৰীপ্ট’ কাৰেন্সিৰ ক্ষেত্ৰত।

ইফালে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়াই অংশ গ্ৰহণ কৰিছে।প্ৰশিক্ষণ প্ৰদান কৰিব এটা বিশেষজ্ঞ দলে ।শিবিৰত Digital forensics Dark net আৰু crypto currencies কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হব।

Previous Post

সংবাদমাধ্যমৰ প্ৰচাৰৰ নামতে ৭৯ শতাংশ পুঁজি ব্যয় হ’ল বেটী বচাঁও বেটী পঢ়াও আঁচনিৰ

Next Post

১৬-১৭ডিচেম্বৰত দেশত বন্ধ থাকিব বেংক সেৱা, কিয় পঢ়ক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১৬-১৭ডিচেম্বৰত দেশত বন্ধ থাকিব বেংক সেৱা, কিয় পঢ়ক

১৬-১৭ডিচেম্বৰত দেশত বন্ধ থাকিব বেংক সেৱা, কিয় পঢ়ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7