কোৰোণাত আক্ৰান্ত হৈছে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া ৷ দুলীয়াজানৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত ভাগ লৈ কোৰোণাত আক্ৰান্ত হৈছে এ ডি জি পি হীৰেণ নাথ ,গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী পি ,শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা ,চি আই ডিৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী ,বাক্সাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং,শোণিতপুৰৰ এছ পি ডক্তৰ ধনঞ্জয় পৰশুৰাম ঘনৱাট ,ডিফুৰ ডি আই জি চি আৰ সত্যৰাজ হাজৰিকা আৰু লক্ষীমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত ৰাজখোৱাকে ধৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সকল ৷
এইকেইগৰাকীৰ ভিতৰত কেইগৰাকী মান আৰক্ষী বিষয়াৰ দেহত অ’মিক্ৰণ হোৱাৰ সম্ভাবনাৰ কথাও শেহতীয়াকৈ জানিব পৰা গৈছে