নগাঁৱৰ বৰজহাত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নৰেন বৰাৰ স্মৃতিচাৰণ সভা সম্পন্ন
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহা গাঁৱৰ সদ্য প্ৰয়াত নামচাৰ্য তথা সমাজকৰ্মী,জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন বৰাৰ স্মৃতিত মঙলবাৰে এখনি স্মৃতিচাৰণ...
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহা গাঁৱৰ সদ্য প্ৰয়াত নামচাৰ্য তথা সমাজকৰ্মী,জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন বৰাৰ স্মৃতিত মঙলবাৰে এখনি স্মৃতিচাৰণ...
সুদুৰ জম্মু-কাশ্মীৰৰ সোণামাৰ্গত যোৱা ১৮ আগষ্টৰ পৰা আৰম্ভ হোৱা ৪৪ সংখ্যক সৰ্ব ভাৰতীয় আৰ্মৰেষ্টলিং চেম্পিয়নশ্বিপৰ ৰবিবাৰে সামৰণি পৰে । কাশ্মীৰ...
নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কামপুৰ শাখা সাহিত্য সভাৰ সহযোগত সোণালী জয়ন্তী বৰ্ষৰ গ্ৰন্থ উন্মোচন আৰু স্বৰচিত কবিতা পাঠ অনুষ্ঠান...
অসমীয়া জাতীয় জীৱনৰ মহানায়ক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱৰ...
নগাঁও জিলা সাহিত্য সভাৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জিলা সাহিত্য সভাৰ কমলা দেবী টোডি ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে...
"অসমত যেতিয়া কনিষ্ঠ মহাবিদ্যালয়ৰ যাত্ৰা প্ৰথম আৰম্ভ হৈছিল, তেতিয়াই নগাঁৱত কলংপাৰ বিদ্যাপীঠ প্ৰতিষ্ঠা হৈছিল । আদৰ্শগত শিক্ষা প্ৰবৰ্তনৰ লক্ষ্যৰে নগাঁৱৰ...
১৯০৫ চনত স্থাপন কৰা নগাওঁ জিলাৰ ফুলগুৰিৰ গড়মূৰ বৰনামঘৰৰ শুকুৰবাৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পুনৰ নিৰ্মাণ কৰা মণিকূটৰ...
অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান তিলক প্ৰকাশনৰ উদ্যোগত বৃহস্পতিবাৰে আধুনিক অসমীয়া সাপ্তাহিক “কলংপাৰ”কাকতৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়...
২০০২ চনত গুজৰাটত মুছলিম বিৰোধী গণহত্যাৰ সময়ত এক নৃশংস হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছিল। বিলকিছ বানো নামৰ এগৰাকী পাঁচ মহীয়া গৰ্ভাৱতী...
অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ অনুশীলনৰ মাহ হিচাপে পৰিচিত পবিত্ৰ ভাদ মাহ উপলক্ষে আজিৰে পৰা অসমৰ নামঘৰ-সত্ৰ সমূহত হৰিনামৰ ধ্বনিৰে মুখৰিত...
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7