নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ- ২০২২ৰ আয়োজন
অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও চহৰত সদৌ অসম পাঞ্জা...
অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও চহৰত সদৌ অসম পাঞ্জা...
চফগুটি আমি প্ৰায় সকলোৱে খাওঁ। অসমীয়া সমাজৰ তামোল-পাণ'ৰ ঠাই দখল কৰি পেলাইছে ছফগুটিয়ে । বিয়া -সবাহত তামোল-পাণতকৈ ছফগুটিয়ে বেছি প্ৰাধান্য...
নগাঁও জিলাত হোৱা দ্বিতীয়টো বানে জিলাখনৰ সদৰ,ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ তিনি শতাধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ বৰ্তমান পানী...
নতুন প্ৰজন্মৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু অনুশীলন অব্যাহত ৰখাৰ প্ৰয়াস হিচাপে অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ...
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত ৰবিবাৰৰ পৰা বৰদোৱা শৈলীৰ বৰগীত আৰু খোল...
নতুন প্ৰজন্মৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু অনুশীলন অব্যাহত ৰখাৰ প্ৰয়াস হিচাপে নগাঁও জিলাৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১০...
নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰ শ্বহীদ...
আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এক তীব্ৰ ধুমুহাই সেউজীয়া কৰি তোলে নেব্ৰাস্কা, মিনেচ'টা, চান ডিয়েগো আৰু ইলিনয় ৰাজ্যৰ আকাশ । ছ'চিয়েল মিডিয়াত...
বানৰ সংহাৰৰ পৰা জনসাধাৰণে পৰিত্ৰাণ পোৱাৰ পূৰ্বেই চলিত বৰ্ষৰ নগাঁও জিলাত জাপানী এনকেফেলাইটিছত দুজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ।...
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ নিবাসী,বিশিষ্ট সমাজকৰ্মী তথা হস্ততাঁত বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় ।...
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7