পুষ্পাঞ্জলি গোস্বামী

পুষ্পাঞ্জলি গোস্বামী

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি মাদাৰ টেৰেছাৰ ওপজা দিন । ১৯১০ চনৰ আজিৰ দিনটোতে অট্টোমান সাম্ৰাজ্যৰ কছ'ভ' বিলায়েটৰ স্কপেজত তেওঁৰ জন্ম হৈছিল । তেওঁৰ...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ স্মৃতি দিৱস । এই মাৰ্কিন মহাকাশচাৰীগৰাকী আছিল পেছাত এগৰাকী মহাকাশ (Aeronautical) অভিযন্তা তথা আমেৰিকাৰ চিনচিনাটি বিশ্ববিদ্যালয়ৰ...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি দেশৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ ৰাজগুৰুৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বোম্বাই প্ৰেছিডেন্সিৰ খেড়ত তেওঁৰ...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি প্ৰথিতযশা সাংবাদিক কুলদীপ নায়াৰৰ স্মৃতি দিৱস । তেওঁ এগৰাকী ৰাজনৈতিক বিশ্লেষক হিচাপেও প্ৰসিদ্ধ । দেশ-বিদেশৰ ৮০খন কাকত-আলোচনীত তেওঁৰ লেখা...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি বিশিষ্ট সাহিত্যিক ডঃ মহেন্দ্ৰ বৰাৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিশটোতে তিনিচুকীয়াৰ টিংখঙত তেওঁৰ জন্ম হৈছিল । ১৯৭১...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ তথা গৱেষক ডঃ অপৰ্ণা মহন্তৰ ওপজা দিন । ১৯৪৬ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা অভিনেতা জ্ঞানদাভিৰাম বৰুৱাৰ ওপজা দিন । ১৮৮০ চনৰ আজিৰ দিনটোতে নগাঁৱৰ ফৌজদাৰীপট্টীত তেওঁৰ জন্ম হৈছিল...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি কবি অমূল্য বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া । অসমীয়া কবিতাত তেওঁ এটা নতুন...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি কণ্ঠশিল্পী খগেন মহন্তৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে নগাঁও জিলাৰ জাজৰি বগৰীগুৰিত তেওঁৰ জন্ম হৈছিল । তেওঁ...

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

আজি মহান সন্ত তথা ধৰ্মাচাৰক ৰামকৃষ্ণ পৰমহংসৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল গদাধৰ চট্টোপাধ্যায় । তেওঁ আছিল মানৱতাৰ...

Page 17 of 32 1 16 17 18 32