পুষ্পাঞ্জলি গোস্বামী

পুষ্পাঞ্জলি গোস্বামী

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ গুণাৰাম খনিকৰৰ স্মৃতি দিৱস । গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱা গুণাৰাম খনিকৰে...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি বিশিষ্ট নাট্যকাৰ, চিত্ৰনাট্যকাৰ তথা ৰাজনৈতিক সংবাদকৰ্মী বিজয় তেণ্ডুলকাৰৰ ওপজা দিন । ১৯২৮ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ কলহাপুৰত তেওঁৰ জন্ম...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱ প্ৰসাদ ঠাকুৰৰ স্মৃতি দিৱস । ১৯৮২ চনত 'বোৱাৰী' চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ পৰিচালনাৰ জগতখনত খোজ...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি বাউলী কবি কমলানন্দ ভট্টাচাৰ্যৰ স্মৃতি দিৱস । তেওঁ নগাঁও গভৰ্ণমেণ্ট হাই স্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । সাত বছৰ...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি প্ৰগতিশীল কবি, ঔপন্যাসিক তথা প্ৰবন্ধকাৰ অৱনী চক্ৰৱৰ্তীৰ ওপজা দিন । ১৯৪১ চনৰ আজিৰ দিনটোতে নলবাৰী জিলাৰ বৰনৰ্দ্দীত তেওঁৰ জন্ম...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি 'অসম কেশৰী' অম্বিকাগিৰি ৰায়চৌধুৰীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী সাহিত্যিক, সাংবাদিক, সমাজসেৱক তথা স্বাধীনতা সংগ্ৰামী । তেওঁ এগৰাকী...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি অসমীয়া ভাষাৰ অন্যতম হিতৈষী ডাঃ নাথান ব্ৰাউনৰ স্মৃতি দিৱস । এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনেৰী হিচাপে ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি বিশিষ্ট সাহিত্যিক, সমালোচক আনন্দ চন্দ্ৰ বৰুৱাৰ ওপজা দিন । ১৯০৭ চনৰ আজিৰ দিনটোতে মৰাণৰ খুমতাই বাগিচাত তেওঁৰ জন্ম হৈছিল...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি আধুনিক ভাৰতীয় মহাকাশ বিজ্ঞানৰ বাটকটীয়া বিক্ৰম চাৰাভাইৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো বিক্ৰম অম্বালাল চাৰাভাই । ভাৰতীয় মহাকাশ...

প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

আজি বিশিষ্ট কবি, ঔপন্যাসিক, শিশু-সাহিত্যিক, গীতিকাৰ নৱকান্ত বৰুৱাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল ।...

Page 4 of 32 1 3 4 5 32