বলৱৎ হোৱাৰ পূৰ্বেই সংশোধন হ’ব নেকি নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ঃ আফগানিস্তানৰ নিৰ্যাতিত হিন্দু নাগৰিকৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে ল’ব নেকি এনে সিদ্ধান্ত
নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বলৱৎ হোৱাৰ পূৰ্বেই পৰৰাষ্ট্ৰৰ নিৰ্যাতিত হিন্দু নাগৰিকৰ স্বাৰ্থত ইয়াক সংশোধন কৰা হ'ব নেকি? এনে ধৰণৰ এক...