voicedesk

voicedesk

ছ’চিয়েল মিডিয়াত লাভলীনাৰ ছবি পোষ্ট কৰি ক্ষোভ প্ৰকাশ কৰিছে অভিনেতা আদিল হুচেইনে

ছ’চিয়েল মিডিয়াত লাভলীনাৰ ছবি পোষ্ট কৰি ক্ষোভ প্ৰকাশ কৰিছে অভিনেতা আদিল হুচেইনে

বৰ্তমান সময়ৰ বলীউডৰ লগতে হলিউডৰ ক্ষেত্ৰখনত খোপনি পুতিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা হ’ল আদিল হুচেইন। কেৱল অভিনয়ৰ লগতে...

ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূবৰ তৃতীয় গৰাকী খেলুৱৈৰ অলিম্পিক পদক লাভ

ধাৰাবাহিকতা ৰক্ষা কৰি উত্তৰ-পূবৰ তৃতীয় গৰাকী খেলুৱৈৰ অলিম্পিক পদক লাভ

মনিপুৰৰ নীলকান্ত শৰ্মা ভাৰতীয় পুৰুষ হকী দলৰ এই মিডফিল্ডাৰ জনে ভাৰতীয় হকী দলৰ হৈ লাভ কৰিলে ব্ৰঞ্জৰ পদক। বৃহস্পতিবাৰে ভাৰতীয়...

গুৱাহাটী প্ৰছ ক্লাৱত আয়োজিত বিশেষ অনুষ্ঠানত সুলেখিকা ড° অনিমা গুহলৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী প্ৰছ ক্লাৱত আয়োজিত বিশেষ অনুষ্ঠানত সুলেখিকা ড° অনিমা গুহলৈ শ্ৰদ্ধাঞ্জলি

অসমৰ সাহিত্য আৰু সমাজ জীৱনৰ এক উজ্জ্বল ব্যক্তিত্ব ড° অনিমা গুহৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে অসম মহিলা সংঘ, নিখিল...

অসম-মিজোৰাম সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ দুই ৰাজ্যৰ নেতৃবৃন্দৰ

অসম-মিজোৰাম সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ দুই ৰাজ্যৰ নেতৃবৃন্দৰ

অৱশেষত বৃহস্পতিবাৰে অসম-মিজোৰাম সীমা বিবাদৰ কেন্দ্ৰ কৰি আইজলত অনুষ্ঠিত হোৱা বৈঠকত দুই ৰাজ্যৰ মাজত এক চুক্তি স্বাক্ষৰিত হ‘য়। মিজোৰামৰ ৰাজধানী...

অনলাইন যোগে গহনা ক্ৰয় কৰাৰ সময়ত গ্ৰাহকসকলে মনত ৰাখিবলগীয়া পাঁচটা কথা

অনলাইন যোগে গহনা ক্ৰয় কৰাৰ সময়ত গ্ৰাহকসকলে মনত ৰাখিবলগীয়া পাঁচটা কথা

ইণ্টাৰনেটে সমগ্ৰ বিশ্বৰে বজাৰৰ পৃথিৱীখনলৈ অভিনৱ পৰিৱৰ্তন কঢ়িয়াই আনিছে। আজিৰ ডিজিটেল পৃথিৱীখন বিজ্ঞাপন, বজাৰ আৰু বাণিজ্যিক কাৰ্যকলাপৰ ব্যস্ত কেন্দ্ৰ। মানুহৰ...

ত্ৰাসৰ সৃষ্টি কৰিছে ডেল্টা ভেৰিয়েন্টেঃ ৰোগীৰ নাকত পোৱা গৈছে  ১০০০ গুণ বেছি ভাইৰাছৰ অৱস্থিতি

ত্ৰাসৰ সৃষ্টি কৰিছে ডেল্টা ভেৰিয়েন্টেঃ ৰোগীৰ নাকত পোৱা গৈছে ১০০০ গুণ বেছি ভাইৰাছৰ অৱস্থিতি

কৰ‘না ভাইৰাছৰ ডেল্টা ভেৰিয়েন্ট বৰ্তমান সমগ্ৰ বিশ্বৰ বাবেই এক চিন্তাৰ বিষয় হৈ পৰিছে । এই ভেৰিয়েন্টৰ বাবেই সমগ্ৰ বিশ্বতে দ্ৰুত...

বিৰোধীক উগ্ৰপন্থী আখ্যা বিধানসভা অধ্যক্ষৰঃ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত

বিৰোধীক উগ্ৰপন্থী আখ্যা বিধানসভা অধ্যক্ষৰঃ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধী পক্ষৰ একাংশৰ আচৰণ উগ্ৰপন্থীতকৈ বেয়া বুলি কৰা মন্তব্য লৈ সদনৰ বাহিৰে ভিতৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ...

টকিঅ’ অলিম্পিকত অঘটনঃভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াক কামুৰিলে নুৰ ইছলামে

টকিঅ’ অলিম্পিকত অঘটনঃভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াক কামুৰিলে নুৰ ইছলামে

টকিঅ’ অলিম্পিকত মল্লযুঁজৰ চূড়ান্ত খেলত প্ৰবেশ কৰা ভাৰতীয় তাৰকা মল্লযুঁজাৰু ৰবি দহিয়াক কাজাখস্তানৰ খেলুৱৈ নুৰ ইছলামে বাহুত কামুৰা ঘটনাই এতিয়া...

দেশত এদিনতে বৃদ্ধি পালে ১২ হাজাৰ ক‘ভিড ৰোগী, ৫৬২ জনৰ মৃত্যু

দেশত এদিনতে বৃদ্ধি পালে ১২ হাজাৰ ক‘ভিড ৰোগী, ৫৬২ জনৰ মৃত্যু

বিশ্বজুৰি ক’ভিডৰ দ্বিতীয় ঢৌ কিছু হ্ৰাস পাইছে যদিও ভাৰতবৰ্ষত কালি দিনটোৰ ভিতৰত আক্ৰান্তৰ সংখ্যা  ১২ হাজাৰ বৃদ্ধি পাইছে। অৰ্থাৎ দেশত...

মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহঃ নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে অনুমতি ল’ব নালাগে জিলা প্ৰশাসনৰ

মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহঃ নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে অনুমতি ল’ব নালাগে জিলা প্ৰশাসনৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যোৱা ৪ আগষ্ট বুধবাৰে এক কেবিনেট বৈঠক অনুস্থিত হৈ যায় । এই...

Page 974 of 988 1 973 974 975 988