পেট্ৰ’লিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়াৰ অভিযোগ, চৰকাৰে ইচ্ছাকৃতভাৱেই ৬০ টকাৰ পেট্ৰ’ল বিক্ৰী কৰিছে ১০০ টকাত
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰসংগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শ্ৰমিক সংগঠন পেট্ৰ'লিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়া।অসমীয়া...