অৰ্থনীতি

গুৱাহাটীত তিনিদিনীয়াকৈ আৰম্ভ ‘ইমার্জিং নর্থ-ইষ্ট’

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ইমার্জিং নর্থ ইষ্ট শীর্ষক এখন প্ৰদর্শনী ৷  অসম চৰকাৰৰ  উদ্যোগ মন্ত্ৰী ...

Read more

আজিৰ পৰা পুনৰ বৃদ্ধি হ’ল ৰন্ধন গেছৰ মূল্য

অন্যান্য বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শেহতীয়াকৈ দেশত বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷  পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই এইবাৰ...

Read more

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি এলন মাস্কৰ ক্ষতি ১.০৩লাখ কোটি

বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিচৰ পৰাই  বিশ্বৰ শ্বেয়াৰ বজাৰত সৃষ্টি হৈছে এক উশ্বৃংখল পৰিবেশৰ ৷ইউৰোপৰ  দুইখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ...

Read more

অসমে শীঘ্ৰেই অৰ্ডাৰ দিব ২০০ খন বৈদ্যুতিক বাছ

অসমৰ বৰ্তমানৰ শাসনাধিস্থ  চৰকাৰখনে গুৱাহাটীক   বায়ু প্ৰদূষণমুক্ত মহানগৰ কৰি তুলিবৰ বাবে  ইতিমধ্যেই পৰিকল্পনা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে শীঘ্ৰেই...

Read more

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পিছতেই আকাশলংঘী হ’ল তেলৰ দাম

ইউক্ৰেইনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে বিশেষ সেনা অভিযান আৰম্ভ কৰাৰ পিছমূহুৰ্ততেই অকল্পনীয় ভাৱে বৃদ্ধি পালে তেলৰ দাম ৷ গ্ৰাহকৰ মূৰত...

Read more
Page 29 of 42 1 28 29 30 42