জীৱন

ক’ভিড আক্ৰান্ত পৃথিৱীত আশাৰ বতৰাঃ দিচাংমুখৰ চাপৰিত মৰাপাটৰ খেতিত ব্যস্ত শিল্পী মানস ৰবীন

দিচাংমুখৰ চাপৰিত মৰাপাটৰ খেতিৰে নতুন প্ৰজন্মৰ আদৰ্শ হৈ পৰিছে শিল্পী মানস ৰবীন। প্ৰায় দুশ বিঘা মাটিত মৰাপাটৰ খেতি কৰিছে শিল্পীজনে।ক'ভিড...

Read more

“ৰাজ্যৰ ভৱিষ্যতৰ সম্পদ” আখ্যা দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ আই আই টি গুৱাহাটীৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্তক

কেৱল মেধাৱী ছাত্ৰ হোৱা বাবেই ধৰ্ষণৰ দৰে অভিযোগত অভিযুক্তই মুক্তি পাব পাৰে নে? দেশৰ ভৱিষ্যত কেৱল মেধাৱী ছাত্ৰৰ হাততহে নেকি?...

Read more

বিজেপিৰ নিষ্ঠাৱান কৰ্মী মিথুৰঞ্জন দাসৰ আত্মহত্যাঃ অসম চৰকাৰৰ পৰা বিলৰ টকা নাপাই ল’লে চূড়ান্ত সিদ্ধান্ত

ক'ভিডৰ পৰৱৰ্তী পৃথিৱীখন যেন ক্ৰমশঃ উদ্যোগী-ব্যৱসায়ীসকলৰ বাবে দুৰ্বিসহ হৈ আহিছে। এই কথাকে পুনৰ প্ৰমাণিত কৰি আত্মহত্যাৰ পথ বাছি ল'লে বিজেপিৰ...

Read more

নিটি আয়োগৰ সৰ্তকবাণীঃ ক’ভিডৰ তৃতীয় ঢৌত দৈনিক আক্ৰান্ত হ’ব ৪ লাখকৈ লোক

দেশজুৰি কৰ’নাৰ দ্বিতীয় ঢৌৰ গতি কিছু অৱনমিত হৈছে যদিও পুনৰ অন্য এক খবৰে এতিয়া শংকিত কৰিছে দেশবাসীক।যিহেতু দ্বিতীয় ঢৌৰ পিছতেই...

Read more

মালাইকা অৰোৰাৰ পৰা বিৰাট কোহলীলৈকে জনপ্ৰিয় তাৰকাসকলে সেৱন কৰে ক’লা ৰঙৰ পানী

বলিউডৰ বহুতো তাৰকা নিজৰ বিভিন্ন ধৰণৰ কথা বা বিষয়ৰ বাবে মাজে সময়ে সংবাদ মাধ্যমৰ শীৰ্ষস্থানত থকা দেখা যায়। সৌন্দৰ্য তথা...

Read more

পৃথিৱীৰ কিছুমান কঠিন কাম যিবোৰ সকলো মানুহৰ দ্বাৰা কৰা সম্ভৱ নহয়

পৃথিৱীত বিভিন্ন প্ৰকাৰৰ মানুহ আছে , যিবোৰ মানুহৰ কাম –কাজো ভিন্ন ভিন্ন। বহুতো লোকৰ ক্ষেত্ৰত দেখা যায় যে নিজৰ দৈনন্দিন...

Read more

ক’ভিডপিষ্ট পৃথিৱীত জনসাধাৰণক আৰু এক কুঠাৰঘাতঃ ১ ছেপ্টেম্বৰৰ পৰা ৫০ শতাংশ বৃদ্ধি বাছভাড়া

কিছুদিন আগতে অসম চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰা নতুন এছ অ' পিত বাছ চালক তথা বাছৰ কৰ্মচাৰীসকলৰ প্ৰতি কোনো ধৰণৰ...

Read more

যুৱকৰ দাৰ ঘাপত আহত নন্দিতাৰ মৃত্যুক লৈ বিভ্ৰান্তিঃ চিকিৎসালয় কৰ্তৃপক্ষই এতিয়াও দিয়া নাই মৃত্যুৰ সঠিক তথ্য

যোৱা দুটা দিন নন্দিতা শইকীয়াৰ মৃত্যুৰ খবৰ চ’ছিয়েল মিডিয়াকে ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যদিও চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ...

Read more

সোণাপুৰত অত্যাধুনিক সুবিধাৰ বৃদ্ধাৱাসৰ লগতে জ্যেষ্ঠ নাগৰিকৰ বাবে ১৪৫৬৭ নম্বৰৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰো মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম' গৃহহীন, অৱহেলিত, আশ্ৰয়হীন লোকসকলৰ বাবে এক আশাৰ নাম। জীৱনৰ শেষ বয়সত মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ লাঞ্ছনা-গঞ্জনা...

Read more

নিউয়ৰ্কত দেখা গৈছে আশ্ৰফ ঘানিৰ কন্যা,কিন্তু ক’ত আছে আশ্ৰাফ ঘানি?

তালিবানে আফগানিস্তান দখল কৰাৰ পিছতেই ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। যদিও তালিবানৰ ভয়ত দেশ এৰি পলায়ন...

Read more
Page 107 of 122 1 106 107 108 122