জীৱন

৯৬০০ টকালৈ দৰমহা বৃদ্ধিৰ আহ্বান মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

বিগত বহু সময়জুৰি সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ অৰ্থে সংবাদমেলৰ আয়োজন কৰাৰ...

Read more

এতিয়া অসমতো সম্ভৱ এছ এম এ ৰোগৰ চিকিৎসাঃ প্ৰয়োজন মাথো চৰকাৰৰ সদিচ্ছা আৰু সহযোগিতাৰ

শৰ্মিষ্ঠা প্ৰীতমক চিনি নোপোৱা মানুহ হয়তো অসমত কম। যদিও এচ এম এ ৰোগ শৰ্মিষ্ঠাৰ জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু এক দুৰাৰোগ্য...

Read more

মানৱীয়তাৰ চৰম স্খলনঃ কাবুল বিমান বন্দৰত ৭ মহীয়া এটি কেচুৱাৰ কান্দোনে দাঙি ধৰিলে আফগানিস্তাৰ অস্থিৰ সমাজ ব্যৱস্থাক

তালিবানৰ দখলত যোৱা আফগানিস্তাৰ সমাজ ব্যৱস্থাই এতিয়া কেনে ৰূপ ধাৰণ কৰিছে সেই বিষয়ে এতিয়া বিশ্ববাসীয়ে জানিবলৈ বা দেখিবলৈ বাকী নাই।...

Read more

পানীত হাঁহ নচৰা অৱস্থা দিবা-নৈশ বাছ চালক সকলৰঃ চৰকাৰৰ নাই কোনো সদিচ্ছা

ক'ভিড সৃষ্ট পৰিৱেশে অন্যান্য বহু উদ্যোগৰ দৰে পৰিবহণ উদ্যোগো স্থবিৰ কৰি তুলিছে। বিশেষকৈ আন্তঃজিলা যাতায়তৰ বন্ধে বাছ চালক তথা কৰ্মচাৰীসকলৰ...

Read more

ভাৰতত প্ৰথম মোবাইল ফোনৰ ব্যৱহাৰঃ জানক কোনে কাৰ লগত কথা পাতিছিল ফোনৰ জৰিয়তে

বৰ্তমান সময়ত মানুহৰ মাজত আটাইতকৈ বেছি ব্যৱহাৰযোগ্য সামগ্ৰীবিধ হৈছে মোবাইল ফোন। এই সামগ্ৰীবিধৰ অবিহনে জীৱনটো কল্পনা কৰাটো যেন সপোনৰো অগোচৰ।...

Read more

Mission Fit India:খোজ কাঢ়ি লাডাখলৈ ৰাওণা প্ৰথমগৰাকী অসম জীয়ৰী অঞ্জলি দাস

Mission Fit India পৰিকল্পনাৰে মিৰ্জাৰ পৰা এক দুঃসাহসিক পদযাত্ৰাৰে লাডাখলৈ বুলি ৰাওণা হৈছে বকোৰ জীয়ৰী মিৰ্জাৰ বোৱাৰী অঞ্জলি দাস। যোৱা...

Read more

লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ২নং লাইনৰ শ্ৰমিক পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰৰ অস্থায়ী নিযুক্তি পত্ৰ

 লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশ লোৱা ডিব্ৰুগড়ৰ পিংকী কৰ্মকাৰক অৱশেষত অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে।দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ...

Read more

পৰিবহণ বিভাগৰ জৰিমনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াঃ পৰৱৰ্তী দুমাহৰ বাবে স্থগিত ৰখা হৈছে জৰিমনা সংগ্ৰহৰ সিদ্ধান্ত

ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ তথা অসম চৰকাৰৰ পৰিবহণ বিভাগে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা যি জৰিমনা সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ...

Read more

বিয়ালৈ মাত্ৰ এমাহ থকা অৱস্থাত শৰাইঘাট দলঙত সংঘটিত পথ দুৰ্ঘটনাত দৰা-কইনাৰ কৰুণ মৃত্যু

নিয়তিৰ বিধান কোনেও খণ্ডাব নোৱাৰে। সেয়ে সততে কোৱা হয় মানুহে পাতে ঈশ্বৰে ভাঙে। আৰু মাত্ৰ এমাহ পাছত দুয়ো একেলগ হৈ...

Read more

মানৱীয় সংকটৰ দিশত আফগানিস্থানঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কাবুলত থকা ভাৰতীয় লোকক উদ্ধাৰৰ বাবে দুখন বিমান সাজু

তালিবানে আফগানিস্তান দখল কৰাৰ পিছতেই এতিয়া এক হাহাকাৰ অৱস্থাৰ উদ্ভৱ হৈছে দেশ খনত।আফগানিস্তানৰ ৰাজধানী কাবুল সম্পূৰ্ণ ৰূপে তালিবানৰ দখলত ।ৰাষ্ট্ৰপতি...

Read more
Page 110 of 122 1 109 110 111 122