জীৱন

কাপোৰৰ পৰা চাহ-কফি, তেলৰ মছলা বা শাক-পাচলিৰ ডাঠ দাগ ঘৰতে গুচাব পাৰিব, জানি লওঁক ৫টা টিপছ

চাহ, কফি খাওঁতে ভুলবশতঃ কাপোৰত লাগি গ’লে ডাঠ দাগৰ সৃষ্তি হয় । বগা বা পাতল ৰঙৰ কাপোৰৰ দাগ আঁতৰোৱাটো অধিক...

Read more

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কিধৰণৰ সমস্যা হ’ব পাৰে? ইয়াৰ অভাৱ সোনকালে ধৰা নপৰে, গতিকে সাৱধান হওক!

প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ দৰেই ভিটামিন শৰীৰৰ এক অপৰিহাৰ্য উপাদান। আৰু সেই ভিটামিনৰ বিভিন্ন অংশ আছে। তাৰ ভিতৰত ভিটামিন চি শৰীৰৰ...

Read more

ফ্ৰীজত ৰাখিলেও পকা আম দুদিনতে বেয়া হয় নেকি ? কিদৰে দীর্ঘ সময়ৰ বাবে আম ভালে ৰাখিব ?

এতিয়া আমৰ বতৰ ৷ বিভিন্ন প্ৰকাৰৰ আম বজাৰত উপলব্ধ ৷ সকলোৰে প্ৰিয় এই ফলবিধ বজাৰৰ পৰা সাধাৰণতে বেছিকৈ কিনে বহুলোকে...

Read more

স্বাস্থ্যকৰ হ’লেও বাৰিষাত ৫ বিধ খাদ্যৰ পৰা আঁতৰি থকাটোৱেই উত্তম

বাৰিষা মানে সংক্ৰমণৰ বতৰ। গতিকে এই সময়ত শৰীৰটো সবল কৰি ৰাখিবলৈ খাদ্যাভ্যাসৰ দিশত ৰখাটো জৰুৰী। খাদ্য খোৱাৰ অনিয়ম হ’লে ৰোগ...

Read more

চুলিৰ বাবে কলাজেন উৎপাদনৰ হাৰ বৃদ্ধি কৰিবলৈ কেনেধৰণৰ খাদ্য খাব লাগে?

শৰীৰৰ নিজস্ব প্ৰটিন অৰ্থাৎ কলাজেনে চুলিক সুস্থ কৰি ৰখাত মুখ্য ভূমিকা পালন কৰে। ‘নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যন’-এ প্ৰদান কৰা...

Read more

সুখী হোৱাৰ চাবিকাঠি আছে আপোনাৰ হাতত ! কি টিপছে আপোনাক সুখী কৰিব ?

সুখৰ সংজ্ঞা কি? কেনেকৈ সুখী হ’ব? এইটোৱেই এতিয়া বেছিভাগ মানুহৰে প্ৰশ্ন। আজিকালি সকলোৱে জীৱন যুঁজত দৌৰিছে। কৰ্মজগত আৰু ব্যক্তিগত জীৱনৰ...

Read more

মোবাইলৰ প্ৰতি শিশুৰ আসক্তি দিনক দিনে বাঢ়িছে? কেনেকৈ আঁতৰাব এই অভ্যাস !!

ক’ভিডৰ পিছত  শিশু মোবাইলৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে ই তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। পাঠদানৰ...

Read more

ফোনৰ পৰা সকলো গুৰুত্বপূৰ্ণ নম্বৰ ডিলিট হৈ গ’ল? কেইছেকেণ্ডমানৰ ভিতৰতে সহজ উপায়েৰে ওভতাই পাব সকলো ফোন নম্বৰ !!

স্মাৰ্টফোন অহাৰ আগতে বেছিভাগ মানুহৰে ফোন নম্বৰ মনত ৰখাৰ অভ্যাস আছিল।  জৰুৰীকালীন ফোন নম্বৰটো লিখি থৈছিল পূর্বে। কিন্তু স্মাৰ্টফোনৰ আধুনিক...

Read more

পোক-পৰুৱাৰ কামোৰক অৱহেলা নকৰিব! পোকে কামুৰিলে তৎক্ষণাৎ কি কৰিব লাগে ?

বহুসময়ত হঠাতে আমাক পোক-পতংগই কামোৰে ৷ কেতিয়াবা পোকবিধ বিষাক্ত নহয় বুলি আমি অৱহেলা কৰো ৷  কিন্তু ইয়াক একেবাৰে অৱহেলা কৰা...

Read more
Page 14 of 122 1 13 14 15 122