জীৱন

গ্ৰীষ্মকালত হঠাৎ ৰক্তচাপ বৃদ্ধি হ’লে বিপদজনক হ’ব পাৰে! কি উপায়েৰে নিজকে বচাই ৰাখিব ?

কোনো কোনোৱে উচ্চ ৰক্তচাপত ভোগে, কোনোবাই নিম্ন ৰক্তচাপত ভুগিছে। ৰক্তচাপ স্বাভাৱিক নহ’লে বিপদ হ’ব পাৰে। বিশেষকৈ অত্যন্ত গৰম আৰু ঠাণ্ডাত।...

Read more

অফিচত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কমেও ১০ মিনিট খোজ কঢ়া উচিত৷দহ মিনিট খোজ কাঢ়িলে কি লাভ হ’ব জানেনে?

কৰ্মস্থলীত বহু লোকেই কামৰ সময়ছোৱা এখন চকীত বহি নিজৰ কাম সমূহ সমাধা কৰে ৷ কৰ্ম ব্যস্ততাৰ বাবে কাৰ্যালয়ৰ পৰা বাহিৰলৈ...

Read more

মাটিৰ প্ৰয়োজন নাই, আপোনাৰ কোঠাটো ধুনীয়া কৰিবলৈ কি কি গছ পানীত ৰাখিব পাৰে জানেনে ?

বহুতে গছ ভাল পায়। কিন্তু ঘৰত এজোপা গছ ৰোপণ কৰাটো কেৱল চখ নহয়, যত্নৰো প্ৰয়োজন। বহুতে ভাবে যে টাবৰ পৰা...

Read more

৪০ৰ দেওনা পাৰ হৈছে নেকি ? পুৰুষে খাদ্য খোৱাৰ কি ৩টা নিয়ম মানি চলিলে ফিট হ’ব?

শৰীৰ আৰু স্বাস্থ্যৰ প্ৰতি ছোৱালী যিমান সচেতন, পুৰুষসকল ইমান সচেতন নহয়। শৰীৰৰ যত্ন লোৱাটো বহু পুৰুষে অৱহেলা কৰে ৷ বিশেষকৈ...

Read more

৪ জুলাইৰ পৰা ৭ জুলাইলৈ ‘পু এন ফ’ ৱাইল্ড’ৰ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন

বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো ‘পিয়'ৰ এনভাইৰণমেণ্ট ফৰ ৱাইল্ডলাইফ’ চমুকৈ ‘পু এন ফ'  ৱাইল্ড’ৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতি...

Read more

কটা শাক-পাচলি বেছি দিন সতেজ কৰি ৰাখিব বিচাৰেনে? ফ্ৰীজত কিদৰে ৰাখিলে আপোনাৰ বাবে হৈ পৰিব সহজ

ব্যস্ত জীৱনৰ হেঁচাত এতিয়া বহু লোকে  সপ্তাহটোৰ বাবে এদিনতে বজাৰ কৰাৰ নিয়ম আছে। ফলতশাক-পাচলি ফ্ৰীজত থোৱাৰ বাহিৰে আন উপায় নাই।...

Read more

পুৱা চকু মেলিয়েই প্ৰথমে ফোনটো চায় নেকি ? মন আৰু শৰীৰৰ বাবে এই অভ্যাস কিমান ক্ষতিকাৰক?

পুৱা চকু মেলি বহুতে প্ৰথম মোবাইল ডাটা অন কৰা। আৰু সেইটো কৰাৰ লগে লগে হোৱাটছএপ, অফিচৰ মেইল, ছ’চিয়েল মিডিয়াৰ নোটিফিকেচন...

Read more

৭টা নিয়ম মানি চলিলেই আপোনাৰ স্মাৰ্টফোনটো সোনকালে চাৰ্জ হ’ব, বেটাৰীও ভালে থাকিব দীর্ঘদিনলৈ

  মোবাইল অবিহনে এটাও মুহূৰ্তও পাৰ নহয়। কিন্তু আমি মোবাইলৰ যত্ন লোৱাৰ বাবে বিশেষ একো নকৰো। চিকচিকিয়া মোবাইলৰ কভাৰ এটা...

Read more

পুষ্টিগুণ অক্ষুন্ন ৰাখিবলৈ দাইল কিদৰে ৰান্ধিব লাগে ? কি পৰামর্শ দিছে আইচিএমআৰে ?

দৈনিক সুষম খাদ্যৰ ভিতৰত চাউল, দালি আৰু শাক-পাচলি অন্যতম। বিশেষকৈ দাইল আমাৰ প্ৰতিসাজ খাদ্যৰে অন্যতম অংশ ৷ কিন্তু জানেনে, এই...

Read more
Page 15 of 122 1 14 15 16 122