জীৱন

লকডাউনত উপায়বিহীন হৈ চৌৰ্য বৃত্তিঃ পাঠশালা আৰক্ষীৰ জিম্মাত চোৰৰ স্বীকাৰোক্তি

লকডাউনে জুৰুলা কৰা জীৱন-জীৱিকাত উপায়বিহীন হৈ সমাজৰ একাংশ লোকে পেটৰ ভাতমুঠিৰ বাবে চুৰি-ডকাইতিৰ পথ বাছি ল'বলৈ বাধ্য হৈছে।তথ্য অনুসৰি লকডাউনে...

Read more

সু-খবৰঃকৰ’না প্ৰতিৰোধ কৰিব ব্ৰাজিলৰ বিষাক্ত জাৰাৰাকুচ্চু ভাইপাৰে

যেনেকৈ শূলেৰে শূল কাঢ়িব পাৰি তেনেকৈ বিষেহে বিষ কাঢ়িব পাৰি। এই অপ্তবাক্য শাৰী সঁচা প্ৰতিপন্ন কৰি কৰ’নাৰ বিষাক্ত ভাইৰাছক প্ৰতিহত...

Read more

সম্পৰ্কীয় ভাতৃয়েই হত্যাকাৰীঃ আৰক্ষীৰ মাৰাথান জেৰাত ১৪ বছৰীয়া কিশোৰীক হত্যাৰ কথা স্বীকাৰ নাবালক ভাতৃৰ

উজান বজাৰৰ ১৪ বছৰীয়া কিশোৰী হত্যাকাণ্ডৰ ঘটনাত জড়িত সম্পৰ্কীয় ভাতৃ। আৰক্ষীৰ আগত এই কথা স্বীকাৰ কৰিছে হত্যাৰে জড়িত নাবালক জেঠাৱেকৰ...

Read more

দেশৰ ক’ভিড পৰিস্থিতিত অৱনতিঃ উদ্বেগজনকভাৱে মুঠ আক্ৰান্তৰ ৭০ শতাংশই কেৰেলাৰ

ক'ভিড সংক্ৰান্তীয় কথাবোৰ সাধাৰণ জনতা বাদেই চিকিৎসকসকলৰ বাবেও যেন সাধুকথা হৈ পৰিছে। কেতিয়াবা যদি ক'ভিডৰ প্ৰকোপ কমাৰ খবৰে আমাক আস্বস্ত...

Read more

গো-সুৰক্ষা হিন্দুৰ মৌলিক অধিকাৰ: এলাহাবাদ হাইকোৰ্ট

অসমীয়া জনজীৱনত গৰুক লৈ চৰ্চাৰ অন্ত নাই। প্ৰবাদ-প্ৰবচন, ফকৰা-যোজনা, উপমা, ঠাট্টা-মস্কৰা সকলোতে মুঠতে গৰু ! শেহতীয়া কিছু বছৰজুৰি গৰু কেন্দ্ৰিক...

Read more

বালিকা বধুৰ জৰিয়তে সৰু পৰ্দাত জনপ্ৰিয় হৈ পৰা, বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ মাত্ৰ ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে দূৰদৰ্শনৰ অতি জনপ্ৰিয় অভিনেতা আৰু বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ।শুক্লাই...

Read more

এতিয়াও অক্ষত কে বি চিৰ জনপ্ৰিয়তাঃ কে বি চিৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকিলে আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই

২১ বছৰ সম্পন্ন কৰা কৌন বনেগা ক্ৰৌড়পতি টেলিভিছনৰ অতি জনপ্ৰিয় অনুষ্ঠান। ২০০০ চনত আৰম্ভ হোৱা অনুষ্ঠানটোৰ জৰিয়তে চুপাৰ ষ্টাৰ অমিতাভ...

Read more

সুমধুৰ সংগীত শুনিব বিচাৰিলে শ্বিলঙলৈ গ’লে কেতিয়াও যাবলৈ নাপাহৰিব এই কেইখন কেফেলৈ

উত্তৰ-পূব ভাৰতৰ এখন মনোৰম পাহাৰীয়া ঠাই শ্বিলং।প্ৰাকৃতিক দৃশ্যৰে মনোমোহা শ্বিলঙক  Scotland of the East বুলিও জনা যায়।  এই ঠাইৰ ঠাণ্ডা...

Read more

কেচা কঠালৰ গুড়িয়ে মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰেঃজানিবলৈ পঢ়ক

চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি ভাৰতবৰ্ষত বৰ্তমান ৭৭ কোটি লোক মধুমেহ ৰোগত আক্ৰান্ত।বৰ্তমান সময়ত দৈনিক মধুমেহ ৰোগৰ ঔষধ সেৱন কৰি...

Read more

জিঅ’ৰ গ্ৰাহকৰ বাবে আকৰ্ষণীয় উপহাৰঃ ৰিচাৰ্জৰ সৈতে লাভ কৰক বিনামূলীয়া অ’টিটি প্লেটফৰ্ম সেৱা

ৰিলায়েন্স জিঅ'ই তেখেতসকলৰ সেৱা মুকলি কৰাৰ পিছৰ পৰাই বিভিন্ন আকৰ্ষণীয় আঁচনিৰে গ্ৰাহকসকলক আকৃষ্ট কৰি আহিছে।দেশৰ সৰ্ববৃহৎ টেলিকম প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ'ই...

Read more
Page 82 of 105 1 81 82 83 105