জীৱন

বিশ্বৰ কেইবিধমান দামী খাদ্য: দাম শুনিলে চকু কপালত উঠিব আপোনাৰ

পৃথিৱীত এনে বহুতো লোক আছে যি খাদ্যৰ প্ৰতি বিশেষভাৱে চৌখীন। এনে লোকে জীৱনত এবাৰ নহয় এবাৰ অলপ ব্যতিক্ৰম অথবা সকলোতকৈ...

Read more

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সকললৈ ডুন স্কুলৰ বিশেষ ছাত্ৰবৃত্তি

দেশৰ অন্যতম শ্ৰেষ্ঠ আবাসিক বিদ্যালয় ডুন স্কুলে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰসকলৰ বাবে এক বিশেষ ছাত্ৰবৃত্তি আগবঢ়াইছে। এই পৰিপ্ৰেক্ষিতত বিদ্যালয়খনত নামভৰ্তিৰ বাবে গুৱাহাটী...

Read more

পৰম্পৰা নে নিৰ্যাতনঃ মধ্যপ্ৰদেশত বৰুণ দেৱতাৰ পূজাৰ নামত উলংগ শিশুৰ সমদল

মধ্যপ্ৰদেশৰ এখন গাঁৱত ছয়গৰাকী নাবালক ছোৱালীক পৰম্পৰাৰ নামত নিৰ্যাতন চলোৱাৰ ঘটনাই সম্প্ৰতি সকলোকে হতবাক কৰি তুলিছে। তথ্য অনুসৰি গাঁওখনৰ নিৰ্দিষ্ট...

Read more

ভুৱা কিন্নৰৰ সহায়ত একাংশ খ্ৰীষ্টান সংগঠনে অসমত চলাইছে ধৰ্মান্তৰকৰণৰ বৃ্হৎ জালঃস্বাতী বিধান বৰুৱা

তৃতীয় লিংগ কল্যাণ পৰিষদৰ উপ-অধ্যক্ষ স্বাতী বিধান বৰুৱাৰ বিস্ফোৰক দাবী যে অসমত ভুৱা কিন্নৰৰ সহায়ত একাংশ খ্ৰীষ্টান সংগঠনে ধৰ্মান্তৰকৰণৰ বৃ্হৎ...

Read more

পুৰুষতান্ত্ৰিক উশৃংখলতাঃ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বৈবাহিক জীৱনকলৈ সামাজিক মাধ্যমত মানসিক নিৰ্যাতন

অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াক লৈ সামাজিক মাধ্যমত কৰা কিছু অৰুচিকৰ মন্তব্যই সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেই...

Read more

অতিমাৰীৰ সময়ত আপোনাৰ কণমানি সন্তানটিক কিদৰে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব জানো আহক

ক’ভিড-১৯ৰ ভয়াবহতা বৃদ্ধি পোৱাৰ লগে লগে সকলো লোকেই এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে। যিহেতু আগতীয়াকৈ জনোৱা হৈছে যে...

Read more

হাৰ্ট এটেক হোৱাৰ আগতে শৰীৰটোৱে দিয়ে বিশেষ সংকেত: জানো আহক এই বিষয়ে

বৰ্তমান সময়ত বহুসংখ্যক লোক অতি সহজতে হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায়। অনিয়মিত তথা অস্বাস্থ্যকৰ খাদ্য , অনিয়মিত জীৱন যাপনৰ প্ৰণালী...

Read more

পাম তেলৰ খেতিয়ে মৰুভূমিলৈ পৰ্যবেসিত কৰিব নেকি উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ হেক্টৰ ভূমি?

যিটো সময়ত সমগ্ৰ বিশ্বই পাম তেলৰ খেতি বন্ধ কৰিবলৈ উদ্যত হৈছে ঠিক তেনে সময়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পাম তেলৰ খেতি...

Read more

পৰেশ বৰুৱাৰ প্ৰস্তাৱ নাকচঃ অৰুণাচলবাসী অসমীয়াক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিদিয়ে ইটানগৰে

কিছুদিন পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশ চৰকাৰক ৰাজ্যখনত বসবাস কৰা অসমীয়া লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা পি...

Read more

কেনেকৈ চিনাক্ত কৰিব সঠিক কৰ’না ভেকচিন জানো আহক

বিশ্ব স্বাস্থ্য সংস্থাই এক নিৰ্দেশনা জাৰি কৰিছে সঠিকভাৱে কৰ’না ভেকচিন চিনাক্ত কৰি উলিওৱাৰ ক্ষেত্ৰত। জনসাধাৰণৰ বাবে জাৰি কৰা এই জাননীত...

Read more
Page 97 of 122 1 96 97 98 122