সংবাদ গুঞ্জন

দেয় তাৰিখৰ ৪৬ বছৰ পিছত পুথিভঁৰাললৈ ঘূৰাই দিয়া হয় এখন উপন্যাস

১৯৭০ৰ দশকত ইয়াৰ দেয় তাৰিখৰ ৪৬ বছৰ পিছত  কিতাপ এখন কেনেদৰে পুথিভড়ালটোলৈ ঘূৰি আহিল সেই কথা জনাই সামাজিক মাধ্যম প্লেটফৰ্ম...

Read more

এদিনতে দুখনকৈ যুদ্ধ জাহাজ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে মুম্বাইৰ মাজাগাঁও সমুদ্ৰতীৰত দুখন মেড-ইন-ইণ্ডিয়া যুদ্ধ জাহাজ ‘চুৰাট’ আৰু ‘উদয়গিৰি’ মুকলি কৰে। মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছ...

Read more

আজি মহীৰূহ হোমেন বৰগোঁহাঞিৰ  প্ৰথম মৃত্যুবাৰ্ষিকী

আজি অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক ,লিখক তথা অসমীয়া সাহিত্যৰ অভিভাৱক হোমেন বৰগোঁহাঞিৰ  প্ৰথম মৃত্যুবাৰ্ষিকী  ৷ ২০২১ চনৰ ১২ মে’ তাৰিখে...

Read more

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ। ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই...

Read more

‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

৯ এপ্ৰিল ২০২২ তাৰিখে  গুৱাহাটী টাউন  ক্লাবত বিয়লি চাৰি বজাত এখন গাম্ভীৰ্য্যপূৰ্ণ সভাত কেৰেলা চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ,আই এ...

Read more

ধাৰাপুৰ চাৰিআলিত “সৃষ্টিৰ অন্বেষ” উন্মোচন

গুৱাহাটী, ৯ এপ্রিল : মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ 'অন্বেষ গোষ্ঠী'ৰ প্ৰেক্ষাগৃহত আজি সাহিত্য- সংস্কৃতিমূলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ সৌজন্যত এক...

Read more

খানাপাৰাত “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন

২০মাৰ্চ তাৰিখ দেওবাৰে  বিষ্ণুপ্ৰিয়া মণিপুৰী শ্বহীদ কুমাৰী সুদেষ্ণা সিনহাৰ ২৭ তম্ শ্বহীদ দিৱস  গকুলানন্দ গীতিস্বামী কলাকৃষ্টি কেন্দ্ৰ আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী...

Read more

গুৱাহাটীত ড০ অসমী গগৈ, উমাকান্ত বুঢ়াগোঁহাইৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী,৯ মাৰ্চ: আজি এক গাম্ভীর্যপূৰ্ণ পৰিবেশত ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এখনি গ্ৰন্থ উন্মোচনী...

Read more

“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ

গুৱাহাটী, ৮মাৰ্চ : আজি অসমৰ সমন্বয় -সংহতি- ঐক্যতা- ভাতৃত্ববোধৰ পথিকৃৎ সাহিত্যানুষ্ঠান "বহুবাক" (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত গুৱাহাটী প্ৰেছ...

Read more
Page 4 of 14 1 3 4 5 14