ৰাজনীতি

হিন্দু মানুহে কৰে বেয়া কাম- বিতর্কিত মন্তব্যৰ পাছত ক্ষমা খুজিলে কোন কংগ্ৰেছী বিধায়কে ?

তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি এইবাৰ বিপদত পৰিছে  কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লা। কর্মীসভাত সাধু-সন্ন্যাসী আৰু সত্ৰাধিকাৰৰ বিষয়ে বিৰূপ মন্তব্য কৰি  ৰাজ্যজুৰি...

Read more

তিনিদিন মিঞা নাথাকিলেই গুৱাহাটী কৱৰস্থানৰ দৰে হৈ পৰিব, সাম্প্ৰদায়িক মন্তব্যৰে ভোটাৰৰ মাজলৈ বদৰুদ্দিন আজমল

লোকসভা নির্বাচন ওচৰ চাপি অহাৰ লগে লগে পুনৰ সাম্প্ৰদায়িক মন্তব্যৰে ভোটাৰক আকর্ষনৰ প্ৰচেষ্টা আৰম্ভ কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷...

Read more

লোকসভা নির্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা!! এইবাৰ হাগ্ৰামাৰ বিপিএফক মিত্ৰ কৰিব বিজেপিয়ে, দিল্লীৰ বৈঠকত ল’ব নির্ণায়ক সিদ্ধান্ত

পুনৰ এনডিএত চামিল হ’ব নেকি হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ ৷ ইয়াক লৈ আৰম্ভ হৈছে চর্চা ৷ শেহতীয়াকৈ নতুন দিল্লীত কেন্দ্ৰীয়...

Read more

ইন্দিৰা গান্ধীৰ একালৰ দেহৰক্ষীৰ হাততে এইবাৰ থাকিব নেকি মিজোৰামত চৰকাৰ গঠনৰ চাবিকাঠি? সমীক্ষাৰ পৰিসংখ্যাই দিছে নতুন ইংগিত

  ২০১৮ চনত মিজোৰামত দুটা দশকৰ  ৰাজনীতিৰ পৰম্পৰা ভংগ কriকংগ্ৰেছক তৃতীয় স্থানলৈ ঠেলি দি  বিৰোধী দলৰ নেতাৰ পদ দখল কৰে...

Read more

ৰাজস্থানৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী পুত্ৰক ইডিৰ চমন, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাসগৃহতো চলিল তালাচী

  পুনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডি । কৰ্ণাটকৰ পিছত এইবাৰ ৰাজস্থানত সক্ৰিয়...

Read more

লোকসভাত ১৪ সমষ্টিতে দিব প্ৰার্থী,প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্য- টিকট পাবলৈ হ’ব লাগিব নিষ্ঠাৱান

লোকসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিৰোধী ৷ নির্বাচনত একেলগে অৱতীর্ণ হ’বলৈয়ো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ মাজতে  আসনক লৈ...

Read more

“ভোটৰ আগত প্ৰলোভন “! প্ৰিয়ংকাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল বিজেপিৰ

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিজেপিয়ে। এই সন্দৰ্ভত গেৰুৱা শিবিৰে নিৰ্বাচন আয়োগক অভিযোগ কৰিছে।...

Read more

ৰাজ্যত লোকসভা নির্বাচনৰ কুচকাৱাজ, ভাতৃক লৈ তিনি সমষ্টিৰ সাম্ভাৱ্য প্ৰার্থীতালিকা প্ৰস্তুত আজমলৰ, লোকসভাত মন মেলিছে লুৰীণজ্যোতি গগৈৰ দলেও

২০২৪ চনত অনুষ্ঠিত হ’ব লোকসভা নির্বাচন ৷ ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে নির্বাচনী কুচকাৱাজ ৷ কালি প্ৰদেশ কংগ্ৰেছে আগন্তুক লোকসভা নির্বাচনৰ...

Read more

অমৃত কলহ যাত্ৰাক লৈ কংগ্ৰেছত অব্যাহত বিতর্ক , এইবাৰ নিলম্বিত হ’ল ব্লক কংগ্ৰেছৰ সভাপতি- জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী

দিল্লীৰ অমৃত উদ্যান নির্মাণৰ বাবে মাটি সংগ্ৰহ কৰিবলৈ ৰাজ্যত আৰম্ভ কৰা হৈছে অমৃত কলহ যাত্ৰা ৷ ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ...

Read more

লোকসভাৰ পূর্বে নির্ধাৰণ কৰিব কাৰ কিমান বল ? অহা সপ্তাহত ঘোষণা হ’ব ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন

  সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব পাৰে নিৰ্বাচন আয়োগে। আয়োগৰ এক সূত্ৰই  জনোৱা মতে,...

Read more
Page 4 of 47 1 3 4 5 47