সমাজ

তিনিজন বিজ্ঞানীলৈ ২০২১ চনৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা

জলবায়ু অধ্যয়নত আগবঢ়োৱা অৱদানৰ বাবে ছ্যুকুৰো মানাবে, ক্লউজ হেজেলমান আৰু জৰ্জিঅ' পেৰিছিলৈ ২০২১ চনৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। ...

Read more

সমগ্র বিশ্বৰ বাবেই যেন এক আদৰ্শ হৈ পৰিছে ‘চাচাৰাম ৰে’লৱে জংচন’

ভাৰতবৰ্ষৰ এখন লেখত ল'বলগীয়া ৰাজ্য বিহাৰৰ ৰৌহটাচ জিলাৰ এক ব্যস্ততা পূৰ্ণ  হূলস্থূলীয়া জংচন হ'ল 'চাচাৰাম'। ৰে'লৱে ষ্টেচন বুলি ক'লেই আমাৰ...

Read more

পূজালৈ মাজত মাত্ৰ এসপ্তাহ। এইবাৰ পূজাত আপুনি কি কি নিয়ম মানি চলিব লাগিব?শিশুৰ বাবে বিশেষ পদক্ষেপ

কভিদ মহামাৰীৰ মাজেৰে যোৱা বছৰৰ দৰে এইবাৰো দুৰ্গা পূজা উদযাপনৰ কথা চিন্তা কৰা হৈছে। এই সম্পৰ্কে চৰকাৰে কিছু নীতি নিৰ্দেশনা...

Read more

৬০ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্ত পৰে। কেন্দ্ৰীয় সভাপতি তৰেণ বড়োৱে...

Read more

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ দ্বাৰা গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান

এদিনীয়া ভ্ৰমণসূচীত অসম ভ্ৰমণলৈ অহা উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ এখত সভাত উপস্থিত থাকি জাৰ্মানী নিবাসী প্ৰৱাসী অসমীয়া...

Read more

জি এম চি এইচত ৰাজ্যৰ প্ৰথম আৰু দেশৰ চতুৰ্থটো PET- MRI শাখাৰ উদ্বোধন

 ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে  ৩ অক্টোৱৰত জি এইম চি এইচৰ কৰ্কট হস্পিতালত অসমৰ প্ৰথম আৰু দেশৰ চতুৰ্থতম PET-...

Read more

আত্মনিৰ্ভৰ অসম

আজি গান্ধী জয়ন্তী। আত্মনিৰ্ভৰশীলতাক মূল আদৰ্শ হিচাপে লৈ গান্ধীজীয়ে অহিংসাৰ নীতিৰে ভাৰতীয় দেশবাসীক বিদেশীৰ কৱলৰ পৰা উদ্ধাৰ কৰিছিল। কিন্তু স্বাধীনতাৰ...

Read more

শিশু সাহিত্য একাডেমী বঁটা বিজয়ী তোষপ্ৰভা কলিতাৰ দেহাৱসান

 কালি ১ অক্টোবৰৰ বিয়লি প্ৰায় পাঁচ বজাত শিশু সাহিত্য একাডেমী বঁটা বিজয়ী বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ ৮৩ বছৰ বয়সত গুৱাহাটীৰ...

Read more
Page 67 of 114 1 66 67 68 114