সমাজ

গ্ৰাহক সকলৰ বাবে সতৰ্কবাণীঃ১ অক্টোবৰৰ পৰা অকামিলা হৈ পৰিব তিনি বিত্তীয় প্ৰতিষ্ঠানৰ চেকবুক

চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ৰাজহুৱা খণ্ডৰ তিনিটাকৈ বিত্তীয় প্ৰতিষ্ঠানৰ চেকবুক অচল হৈ পৰিব।ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই উপভোক্তাসকলৰ বাবে এই নিৰ্দেশ...

Read more

ভাৰতীয় বিজ্ঞানৰ সৰ্বোচ্চ সন্মান প্ৰদান বিশিষ্ট বিজ্ঞানী ডঃবিনয় কুমাৰ শইকীয়ালৈ

ভূ,বায়ুমণ্ডল.মহাসাগৰ,গ্ৰহ-গতি বিজ্ঞান শাখাত স্বীকৃতি লাভ কৰিলে এজন অসম সন্তানে। বিশিষ্ট বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়ালৈ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা...

Read more

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশঃ সকলো ৰাজ্যিক কাৰাগাৰত নিশ্চিত কৰক ইণ্টাৰনেটৰ সুবিধা

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবক প্ৰতিখন কাৰাগাৰতে পৰ্যাপ্ত গতিত ইণ্টাৰনেটৰ উপলব্ধতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। যোগাযোগত পলম হোৱাৰ...

Read more

মৰ্মান্তিক ঘটনাঃ মহানগৰীত এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে পুত্ৰক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা,মৃত্যুৰে যুঁজ পত্নীৰ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজন পিতৃয়ে নিজ পুত্ৰক ডিঙি চেপি হত্যা কৰাৰ লগতে পত্নীকো ডিঙিত উপৰ্যুপৰি দাৰে...

Read more

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল?জানিবলৈ পঢ়ক

শুকুৰবাৰে কইনাধৰা ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।বৈঠকৰ অন্তত মন্ত্ৰী পীয়ুষ হাজৰিকাই এক...

Read more

প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, পিছে আৰক্ষী অহাৰ পিছতেই পলায়ন প্ৰৱঞ্চক মৃদুপৱনৰ

দীৰ্ঘসময় ধৰি বিভিন্নজনক প্ৰৱঞ্চনা কৰি থকাৰ অভিযোগত গুৱাহাটীৰ কাহিলীপাৰাৰ কৃষ্ণ ইলাইট এপাৰ্টমেণ্টত মৃদুপৱন নেওঁগ নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক...

Read more

অন্ত পৰিব আতংকৰ দিনঃকোৰোনা ভাইৰাছে হেৰুৱাইছে প্ৰাণঘাতী ক্ষমতা

অৱশেষত এটা ভাল খবৰে স্বত্বিৰ নিশ্বাস কঢ়িয়াই আনিছে  বিশ্ববাসীৰ মাজত।হয়তো অতি সোনকালে শেষ হ’ব কোৰোনা আতংকৰ দিন। ক্ৰমশঃ হেৰুৱাবলৈ আৰম্ভ...

Read more

ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী

শুকুৰবাৰে সন্ধিয়া ঘোষণা কৰা ইউ পি এছ চিৰ প্ৰধান পৰীক্ষাৰ ফলাফলত অসমৰ হাইলাকান্দিৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে ২৮৩ সংখ্যক স্থান লাভ...

Read more

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হ'ব বুলি...

Read more
Page 71 of 114 1 70 71 72 114