সমাজ

এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰজুৰি ২০২০ বৰ্ষত নাৰীজনিত অপৰাধৰ সংখ্যা হ্ৰাস

এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ তুলনাত ২০২০ বৰ্ষৰ পৰা মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৰাষ্ট্ৰজুৰি হ্ৰাস পাইছে। ১৯...

Read more

কিন্নৰৰ বিৰুদ্ধে সৰৱ হৈ ৰাজপথলৈ ওলাই আহিল পল্টন বজাৰ ব্যৱসায়ী সন্থা

কিন্নৰৰ উপদ্ৰৱত অতীষ্ঠ হৈ অৱশেষত প্ৰতিবাদত নামিল গুৱাহাটী পল্টন বজাৰৰ ব্যৱসায়ী সন্থা।দীৰ্ঘদিন ধৰি পল্টন বজাৰস্থিত ব্যৱসায়ী সকলক এইসকল কিন্নৰে ধন...

Read more

নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত চতুৰ্থবাৰৰ বাবে শীৰ্ষত অসম

মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাত দেশৰ সকলো ৰাজ্যকে চেৰ পেলাই চতুৰ্থবাৰৰ বাবে অসমে শীৰ্ষস্থান দখল কৰিছে। নেচনেল ক্রাইম ব্যুৰ’ৱে প্রকাশ কৰা...

Read more

প্ৰকাশ পালে পূজা বিশেষ এচ অ‘ পিঃনিষিদ্ধ হ’ব মেলা-সাংস্কৃতিক কাৰ্যসূচী

এইবাৰ ৰাজ্যবাসীয়ে ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণত ৰাখি পালন কৰিব পাৰিব শাৰদীয় উৎসৱ দুৰ্গাপূজা,কালীপূজা অথবা দীপাৱলী।বিগত প্ৰায় দুটা বছৰ কোনো উৎসৱ-পাৰ্ব্বনত অংশ...

Read more

গোৱালপাৰা দুধনৈৰ আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰঃআজি সন্ধিয়ালৈ ঘোষণা কৰা হ’ব দুৰ্গাপূজাৰ বিশেষ এচ অ‘ পি

আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গোৱালপাৰাৰ দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি সবিশেষ বুজ লয়।  সম্পূৰ্ণ হৈ উঠা...

Read more

ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভঃ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব টেট পৰীক্ষা

শিক্ষা ক্ষেত্ৰত নিয়োজিত হোৱাৰ আগ্ৰহী যুৱক-যুৱতী সকলৰ বাবে আহিল এটা ভাল খবৰ।অহা ২৪ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব বহু প্ৰত্যাহিত টেট...

Read more

ব্যতিক্ৰমী সজ্জ্বাৰে মুম্বাইৰ গণেশ পূজাঃ মূল বিষয় কোভিড১৯

কোভিড ১৯ৰ ভয়াবহতাৰ বাবে প্ৰায় দুটা বছৰ উৎসৱ-পাৰ্বন উদযাপনৰ ক্ষেত্ৰত সীমাবদ্ধতা আহি পৰিছে। ২০২১ চনত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি...

Read more

চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে এটা শিহৰণকাৰী ভিডিঅ’,জুইৰ ওপৰত উতলি থকা পানীত স্বাভাৱিকভাৱে বহি আছে এটি শিশু

ক’ত,কেতিয়া বা কি পৰিস্থিতিত এই ঘটনাটো সংঘটিত হৈছে কোনো ধৰণৰ তথ্য পাবলৈ সক্ষম নোহোৱা এটা ভিডিঅ‘ এতিয়া চ’ছিয়েল মিডিয়াত সাংঘাতিক...

Read more

অভিযন্তা দিৱসঃ আধুনিক ভাৰত নিৰ্মাণৰ অংশীদাৰ ছাৰ এম ভি

অভিযন্তাসকলে কাৰিকৰী সমস্যাৰ অৰ্থনৈতিক সমাধান বিকশিত কৰিবলৈ বিজ্ঞান আৰু গণিতৰ নীতি প্ৰয়োগ কৰে। তেওঁলোকৰ কাম হৈছে বৈজ্ঞানিক আৱিষ্কাৰ আৰু বাণিজ্যিক...

Read more

এগৰাকী দৃষ্টিহীন কিশোৰীৰ এটা ভিডিঅ’ই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতঃ জানিবলৈ পঢ়ক এই তথ্য

সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চাত আছে এক ভিডিঅ’ । ভিডিঅ’টিত আছে এগৰাকী কিশোৰী। উল্লেখযোগ্য যে এগৰাকী দৃষ্টিহীন কিশোৰীয়ে প্ৰথমবাৰৰ বাবে নিজেই...

Read more
Page 77 of 114 1 76 77 78 114