সমাজ

পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশ বিমান সেৱা

অসম আৰু বাংলাদেশৰ সীমা বিবাদৰ অন্ত নপৰিলেও ভাৰত-বাংলাদেশৰ মাজত যাতায়ত ব্যৱস্থা সহজ। দুয়োখন দেশৰ মাজত প্ৰতিদিনে কেইবাখনো বিমানৰ যাতায়ত চলে।সূত্ৰ...

Read more

আফগানিস্তানলৈ উভতি আহিল ওছামা বিন লাডেনৰ দেহৰক্ষী আমিন উল হক

তালিবানৰ কবলত পৰা আফগানিস্তানত এতিয়া যেন সন্ত্ৰাসবাদী ৰাজ চলিছে। ঘূৰি আহিছে বহু সন্ত্ৰাসবাদী সংগঠনৰ নেতা-কৰ্মী।খবৰ অনুসৰি বিশ্বত্ৰাস সৃষ্টি কৰা ইছলামিক...

Read more

ইতিহাস সৃষ্টি কৰি ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে ৯ গৰাকী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ত শপত বাক্য পাঠ কৰিলে

ইতিহাস সৃষ্টি কৰি ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে ৯ জনকৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি নিযুক্ত হ’ল। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই...

Read more

ব্যতিক্ৰমী ৰূপত দেখা যাব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইকঃ জুবিন গাৰ্গৰ সৈতে শ্বুটিঙত ব্যস্ত খেলুৱৈগৰাকী

অসমৰ লগতে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইক এইবাৰ ৰাইজে দেখা পাব কিছু ব্যতিক্ৰমী ৰূপত। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ...

Read more

ড্ৰাগছ সৰবৰাহ গোচৰত গ্ৰেপ্তাৰ অভিনেত্ৰী কছমেটিক উদ্যোগপতি ছোনিয়া আগৰৱালাঃঅভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজকো জেৰা

প্ৰচুৰ সম্ভৱনাময় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউদ উদ্যোগত চলি থকা ড্ৰাগছৰ বৃ্হৎ কেলেংকাৰী পোহৰলৈ আহিছিল। এজনৰ পিছত আন...

Read more

স্বামী ঘৰত নথকাৰ সুযোগত মহিলাক বলাৎকাৰ, পলাতক অভিযুক্ত

বিজেপিৰ এজন পালিনেতাৰ দুস্কাৰ্যই নগাঁও জিলাৰ ধিঙৰ সাধাৰণ ৰাইজক হতবাক কৰি তুলিছে। দুলাল উদ্দিন নামৰ এই নেতাজনে নিশাৰ ভাগত ৰজাবাৰী...

Read more

বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ প্রথমটো ভ্রাম্যমাণ ডিজিটেল চলচ্চিত্ৰ প্ৰেক্ষাগৃহঃ স্থাপন কৰা হ’ল লাডাখত

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অনুপম নগৰী লাডাখৰ আটাইতকৈ ওখ স্থানত স্থাপন কৰা হৈছে বিশ্বৰ প্রথমটো ভ্ৰাম্যমাণ ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ৷১১,৫৬২ ফুট উচ্চতাত...

Read more

৩০ হাজাৰ ফুট উচ্চতাৰ আকাশমাৰ্গত সন্তান জন্ম দিলে আফগান মহিলাই

আফগানিস্তানৰ এগৰাকী ২৬ বছৰীয়া মহিলাই আকাশ মাৰ্গত সন্তান জন্ম দিয়াক লৈ এতিয়া সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।আফগানিস্তানৰ অস্থিৰ সমাজ...

Read more

৩০ ছেপ্তেম্বৰলৈকে ভাৰতত বন্ধ থাকিব আন্তৰ্জাতিক বিমান সেৱা

ক'ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বিগত বৰ্ষৰ ২৩ মাৰ্চতে আন্তৰ্জাতিক বিমান সেৱা বন্ধ কৰিছিল। চৰকাৰী ঘোষণা...

Read more

অৰুণাচলৰ কৃষক হৈ পৰিল শিক্ষকঃ বিপদাপন্ন টাংচা ভাষা ৰক্ষা কৰিবলৈ ল’লে এই প্ৰচেষ্টা

বিগত কেইমাহমান ধৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নেওটান গাঁৱৰ এজন কৃষকে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু কিছুসংখ্যক স্নাতক ডিগ্ৰীধাৰীৰ বাবে সন্ধিয়া এটা...

Read more
Page 86 of 112 1 85 86 87 112