মুখ্য সংবাদ

অসমীয়া সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদানৰ স্বীকৃতিঃবিশিষ্ট নাট্যকাৰ হেমন্ত দত্তলৈ প্ৰয়াত অচ্যুৎ লহকৰ বঁটা

বিশিষ্ট অভিনেতা, পৰিচালক , সংগীতকাৰ হেমন্ত দত্তলৈ আগবঢ়োৱা হৈছে প্ৰয়াত অচ্যুৎ লহকৰ বঁটা ৷ অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে...

Read more

গৰ্বৰে নিজৰ পৰিচয় দি যি সদায় কৈছিল যে প্ৰথমতে তেওঁ এজন অসমীয়া, দ্বিতীয়তে ভাৰতীয় আৰু তৃতীয়তে বিশ্বনাগৰিক’। যাৰ জীৱনৰ লক্ষ্য আছিল সুন্দৰৰ সাধনা।কোন বাৰু তেওঁ?

জীৱন জিজ্ঞাসাৰ প্ৰতিটো পল অনুপল প্ৰতিজন অসমীয়াৰ হৃদয়ত এটি সেউজীয়া সুৰ হৈ বাজি থকা এইজন আমাৰ সকলোৰে হিয়াৰ আমঠু ৰূপকোঁৱৰ...

Read more

আমেৰিকাত সৰিয়হ তেলত ৰন্ধা-বঢ়া কিয় নিষিদ্ধ কিয় ? আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে কিয় জাৰি কৰিছে এই নির্দেশনা ?

সমগ্ৰ ভাৰততে সৰিয়হৰ তেল ৰন্ধন তেল হিচাপে ব্যৱহাৰ কৰা হয়।  ভাৰতকে ধৰি এছিয়াৰ দেশসমূহত সৰিয়হৰ তেলৰ চাহিদা অধিক।এই তেলৰ উপকাৰিতাৰ...

Read more

আজি বৰেণ্য অসমীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন

আজি ১৭ জুন। অসমৰ সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনক সমৃদ্ধ কৰা বৰেণ্য অসমীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজাদিন। ১৯০৩ চনৰ আজিৰ দিনটোতেই...

Read more

বাজেটৰ পূৰ্বে কৰ সন্দৰ্ভত মতামত বিচাৰিছে কেন্দ্ৰই

মোদী চৰকাৰৰ তৃতীয়কার্যকালৰ প্ৰথমখন সম্পূৰ্ণ বাজেট অহা মাহৰ শেষৰ ফালে সংসদত দাখিল কৰা হ’ব ৷ ইয়াৰ পূৰ্বে ১৭ জুনৰ ভিতৰত...

Read more

সাহিত্য অকাডেমিৰ ঘোষণাঃনয়নজ্যোতি শর্মালৈ যুৱ আৰু ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য পুৰস্কাৰ

অসমীয়া সাহিত্যৰ বাবে সুখবৰ ৷ দুগৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি পুৰস্কাৰ ৷ এই বঁটাৰে সন্মানিত কৰা সাহিত্যিক দুগৰাকী...

Read more

যুদ্ধবিৰতি ঘোষণা কৰিবলৈ ইউক্ৰেইনক চর্ত বান্ধি দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিব পাৰে ৰাছিয়াই ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে  শুকুৰবাৰে এইক্ষেত্ৰত ইতিবাচক মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে...

Read more

ভাৰতৰ এইখন বিখ্যাৎ ফুলৰ উদ্যানত প্ৰতি পোন্ধৰ দিনত সলনি হয় ফুলৰ ৰং ৷ক’ত অৱস্থিত এইখন বিশাল ফুলৰ উদ্যান?

উত্তৰাখণ্ড,আমাৰ দেশ ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য ৰাজ্য যি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিশ্ব বিখ্যাত। গোটেই বছৰটোৱেই ইয়ালৈ লক্ষ লক্ষ পৰ্যটকৰ আগমন...

Read more

যুদ্ধবিধ্বস্ত গাজাৰ ৮ হাজাৰ শিশু পুষ্টিহীনতাত আক্ৰান্ত , উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

ইজৰাইলী সেনাৰ আক্ৰমণত গাজাত এখনৰ পিছত আন এখন চিকিৎসালয় ধ্বংস হৈছে । ঔষধ, চিকিৎসা সঁজুলি আনকি খাদ্য সামগ্ৰীও অনিয়মিত। এই...

Read more

অৱশেষত ভক্তৰ বাবে খুলি দিয়া হ’ল জগন্নাথ মন্দিৰৰ চাৰিখন দুৱাৰ

  নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ওড়িশাৰ নৱনিৰ্বাচিত বিজেপি চৰকাৰে জগন্নাথ মন্দিৰৰ চাৰিখন দুৱাৰ মুকলি কৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী মোহন মাঝিৰ চৰকাৰে...

Read more
Page 11 of 543 1 10 11 12 543