মুখ্য সংবাদ

ড° গোবিন্দ প্ৰসাদ শৰ্মাৰ নতুন গ্ৰন্থ “অসমীয়া উপন্যাসৰ অধ্যয়ন” উন্মোচন

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৮ অক্টোবৰ :--অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক তথা লেখক-গৱেষক,সমালোচক,গল্পকাৰ-ঔপন্যাসিক ড°গোবিন্দ প্ৰসাদ শৰ্মাৰ নৱতম গ্ৰন্থ "অসমীয়া উপন্যাসৰ অধ্যয়ন"ৰ...

Read more

ক’ত ক’ত পূজা চাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ?

  দুর্গোৎসৱ বুলিলেই সকলোৰে ভাললগা এটি উৎসৱ ৷ পূজাৰ সময়ছোৱাত ক’ত ক’ত সময় কটাব  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ?...

Read more

কয়লাৰ দাম দুগুণ দেখুৱাই বিজুলী বিলৰ নামত আদানিয়ে লুটিলে ১২ হেজাৰ কোটি , পুনৰ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ঘনিষ্ঠ’ উদ্যোগপতি গৌতম আদানীক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বিত্তীয় গৱেষণা সংস্থাৰ তদন্ত...

Read more

হলিউডত শোকৰ ছাঁ, “ৰকি”ৰ বিখ্যাত প্ৰবীণ অভিনেতা বাৰ্ট ইয়ঙৰ দেহাৱসান

হলিউডৰ প্ৰবীণ অভিনেতা বাৰ্ট ইয়ঙৰ দেহাৱসান ঘটিছে । ‘ৰকি’ ছবিখনত অভিনেতা চিলভেষ্টাৰ ষ্টেলনৰ ভায়েকৰ চৰিত্ৰত অভিনয় কৰি বাৰ্টে দৰ্শকৰ দৃষ্টি...

Read more

মুখত স্প্ৰে’ মাৰি চিআৰপিএফ জোৱানৰ পৰা দুবৃর্ত্তই লুটি নিলে ৫ লক্ষাধিক টকা, মৰিগাৱঁত চাঞ্চল্য

  আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই অপৰাধমূলক ঘটনা ৷ মৰিগাঁৱত দিন দুপৰতে দুৰ্বৃত্তই লুটি লৈ গ’ল পাঁচ লক্ষাধিক...

Read more

এপিআৰঅ’ৰ উপ-পৰিদর্শকৰ আৱেদনৰ বয়স ২৬ বছৰলৈ বৃদ্ধি, অসম আৰক্ষীৰ নতুন নির্দেশনা

অসম আৰক্ষীৰ নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ যোৱা ৬ অক্টোবৰত ৫ সহস্ৰাধিক পদৰ বাবে অসম আৰক্ষীয়ে বিজ্ঞাপন...

Read more

ছিপাঝাৰত শোকাৱহ পথ দুর্ঘটনা, হাজৰিকাপাৰাৰ যুৱকৰ মৃত্যু

ৰাজ্যত নিতৌ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা । দৈনিক পথ দুৰ্ঘটনাত পতিত হৈ  অকাল মৃত্যুক সাবটি লৈছে বহু লোকে। বৃহস্পতিবাৰে...

Read more

পুতলা পিষ্টল লৈ যোৰহাটৰ ৰাজপথত লুটি আহিছিল ধন, আৰক্ষীৰ জালত দুই যুৱক

যোৰহাটৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰা দুই দুর্বৃত্তক কৰায়ত্ব কৰিছে পুলিবৰ আৰক্ষীয়ে ৷ ট্ৰাকচালকসকলক পুতলা পিস্তলা দেখুৱাই দীর্ঘদিন ধৰি লুটপাত চলায়...

Read more
Page 118 of 543 1 117 118 119 543