মুখ্য সংবাদ

ইউক্ৰেইনৰ পিছত এইবাৰ ইজৰাইল, যুদ্ধত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ ‘অপাৰেচন অজয়’

যুদ্ধৰ বাবে ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে বিমান প্ৰেৰণৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে। এই অভিযানৰ নাম দিয়া...

Read more

গোগামুখত প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী অনুষ্ঠানঃ দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে চৰাই চোৱা কার্যসূচী- বার্ডিং মিট

প্ৰকৃতি আৰু মানৱ সমাজ এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি ৷ এটা আনটোৰ অবিহনে কেতিয়াও বর্তি থাকিব নোৱাৰে ৷ কিন্তু বিভিন্ন কাৰণত আমাৰ...

Read more

শুকুৰবাৰে নৱম শ্ৰেণীৰ শিক্ষার্থীক চাইকেল বিতৰণ, ব্যয় হ’ব১৬০ কোটি টকা

চমু চাপি আহিছে লোকসভা নির্বাচনৰ দিন ৷ ইয়াৰ লগে লগে চৰকাৰৰ হিতাধিকাৰী সৃষ্টিৰ আঁচনিৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷...

Read more

কামাখ্যা অভিমুখী ৰে’ল দুর্ঘটনাত অসমৰ মাতৃ-কন্যাৰ মৃত্যু নর্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ ৫২২ জন যাত্ৰী

বুধবাৰে নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অসম অভিমুখী ১২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’ল ৷  নামনিমুৱা ৰে’লখন বিহাৰৰ বক্সৰ জিলাস্থিত...

Read more

টিহু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

টিহু,১২, অক্টোবৰঃ টিহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ১১ অক্টোৱৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত সভাপতি সম্পাদককে ধৰি ১১টা পদত আছু সমৰ্থিত প্ৰাৰ্থীয়ে...

Read more

টিহুত ১২০ সংখ্যক দুৰ্গা পূজা–দশেৰা উৎসৱৰ ব্যাপক প্ৰস্তুতি

টিহু,১১ অক্টোৱৰঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিহুতো শাৰদীয় দুৰ্গোৎসৱলৈ ব্যাপক উৎসাহ...

Read more

শেষ হোৱাই নাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত, লীনা দলেসহ ১৭ বিষয়া-জোৱানক কি কাৰণত তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ?

অসম আৰক্ষীৰ উপ-পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সম্পূর্ণ নৌহওতেই পুনৰ সংবাদ শিৰোনামলৈ আহিছে নগাওঁ আৰক্ষী ৷ বটদ্ৰৱাত আৰক্ষী থানা...

Read more

অর্থলোভত ভূলন্ঠিত মানৱতা, ৬৫ হেজাৰ টকাত পুত্ৰক অৰুণাচলত বিক্ৰী পিতৃৰঃ লখিমপুৰত ভয়াৱহ ঘটনা

অর্থলোভে বহু মানুহক বিপথে পৰিচালিত কৰে ৷ আনকি অর্থলোভৰ বাবেই ভূলুণ্ঠিত হয় মানৱতা ৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হ’ল...

Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মবার্ষিকীত বিদ্যালয়ৰ পুৱাৰ প্ৰার্থনাত পৰিৱেশন কৰিব লাগিব “অ’ মোৰ আপোনাৰ দেশ”, শিক্ষা বিভাগৰ নির্দেশনা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মবার্ষিকীৰ দিনটোত প্ৰতিখন বিদ্যালয়ৰ পুৱাৰ প্ৰার্থনাত পৰিৱেশন কৰিব লাগিব ৰাজ্যৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” ৷বিদ্যালয়...

Read more
Page 123 of 543 1 122 123 124 543