মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

আজিৰ পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰ পানীৰ বটল ৷ ইয়াৰ পৰিৱর্তে ২৫০ মিলিলিটাৰ পর্যন্ত পানীৰ বটলহে আজিৰ পৰা নিষিদ্ধ হ’ব...

Read more

যোৰাহাটত শোকাৱহ ঘটনা , পুত্ৰ-কন্যাৰ অৱহেলাত বন্ধ কুঠৰীত তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’লে বৃদ্ধাই

যোৰহাটত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ দুই পুত্ৰৰ অৱহেলাৰ বাবেই বন্ধ কোঠাত তিলতিলকৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী মাতৃয়ে...

Read more

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

কাজিৰঙাস্থিত জাতীয় অৰ্কিড  আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী বর্নাঢ্যভাৱে মুকলি কৰা হৈছে  ৷যোৱা  ১ অক্টোবৰত নতুন পৰ্যটন...

Read more

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

যোৱা ২৩ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ইছৰো)ৰ বিজ্ঞানীসকলে প্ৰযুক্তিৰ জৰিয়তে চন্দ্ৰৰ বুকুত চালফাৰ,...

Read more

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

কম পইচা বিনিয়োগ কৰি অধিক মুনাফা লাভ কৰাৰ প্ৰস্তাৱ কেতিয়াবা ফোন-ইমেইল অথবা মেছেজত লাভ কৰে নেকি আপুনি ৷ যদি লাভ...

Read more

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

হিন্দু ধর্মৰ লোকসকলৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰ অত্যন্ত পূণ্যস্থলী হিচাপে পৰিচিত ৷ দৈনিক হাজাৰ হাজাৰ ভক্তৰ আগমণ ঘটা এই মন্দিৰটোৰ...

Read more

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

ব্যক্তিগত খণ্ডৰ তুলনাত চৰকাৰী বিদ্যালয়সমূহৰ  শিক্ষাৰ মান এতিয়াও যথেষ্ট উন্নত নহয় ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিদ্যালয়ত শিক্ষার্থীৰ সংখ্য বছৰি নিম্নগামী...

Read more

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

অসমীয়া সমাজত নাগাৰা নামৰ দৰে ধৰ্মীয় পৰিবেশ্য কলাবোৰে যুগ-যুগ ধৰি শান্তি আৰু আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হৈছে। নাগাৰা নাম...

Read more
Page 131 of 543 1 130 131 132 543