মুখ্য সংবাদ

জয়পুৰৰ কেইবাখনো বিদ্যালয়ত বোমাতংক, ভাবুকিপূৰ্ণ মেইলৰ পাছতে আতংক

জয়পুৰৰ কেইবাখনো  বিদ্যালয়ত বোমাতংক । বিদ্যালয়খনত বোমা থকা বুলি কৰ্তৃপক্ষলৈ ভাবুকি ইমেইল প্ৰেৰণ কৰাৰ পাছতে আতংকৰ সৃষ্টি হয় ৷ তাৎক্ষণিকভাৱে...

Read more

ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্ৰাম চলোৱা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান, ৰাজ্যিক মর্যদাৰে হ’ব শেষকৃত্য

ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি অহা বিশিষ্ট সমাজকর্মী পদ্মশ্ৰী  বিৰুবালা ৰাভা আৰু নাই ৷ আজি পুৱা ৯ বাজি ২৩...

Read more

নাৰেংগীত বাতৰি কাকতৰ এজেন্সীত কৰ্মৰত পিতৃ পুত্ৰই ৩ টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এটি বাতৰি কাকতৰ এজেন্সীত ৪৪ বছৰ কৰ্মৰত শৰৎ কলিতাৰ পুত্ৰ বিশ্বজিৎ কলিতাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱ, কেইবাখনো গ্ৰন্থ উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱৰ প্ৰথম দিনাৰ অন্যতম কাৰ্য্যসূচী গ্ৰন্থ উন্মোচন আৰু বক্তৃতানুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা...

Read more

আৰুণি কাশ্যপলৈ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ, এই সন্মান লাভ কৰা প্ৰথম অসমীয়া

  অসমীয়া লেখক-সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইন্ষ্টিটিউট অফ এডভান্চড্ ষ্টাডিয়ে...

Read more

নলবাৰীৰ তন্ত্ৰ শংকৰা গাঁৱত শ্ৰীশ্ৰী কলীয়া ঠাকুৰ সত্ৰৰ মুখ্য দ্বাৰৰ আধাৰশিলা স্থাপন

আজি নলবাৰীৰ সমীপত অৱস্থিত তন্ত্ৰ শংকৰা গাঁৱত অৱস্থিত শ্ৰীশ্ৰী কলীয়া ঠাকুৰ সত্ৰত এখন মুখ্য দ্বাৰৰ আধাৰশিলা স্থাপন কৰা হয় ।...

Read more

শান্তিৰ ন’বেল বঁটাৰ মনোনয়নপ্ৰাপ্ত, ডাইনী হত্যাৰ বাবে অহৰহ যুঁজ কৰা ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি “বহুবাক” সহ ভিন-ভিন দল-সংগঠনৰ বিনম্ৰ অনুৰোধ

শান্তিৰ ন'বেল বঁটাৰ বাবে মনোনয়নপ্ৰাপ্ত, ডাইনী হত্যাৰ বাবে অহৰহ যুঁজ অব্যাহত ৰখা, কুসংস্কাৰ বিৰোধী আন্দোলনৰ অগ্ৰণী নেত্ৰী, পদ্মশ্ৰী প্ৰাপক ড০...

Read more

‘জিন থেৰাপী’ৰ সফলতা! জন্মৰ পৰা বধিৰ শিশুৱে ঘূৰাই পালে শ্ৰৱণ ক্ষমতা

জন্মৰ পৰাই কাণেৰে নুশুনা এটা ১৮ মহীয়া বধিৰ কন্যা শিশুৰ শ্ৰৱণ শক্তি ঘুৰাই আনিবলৈ সক্ষম হৈছে চিকিৎসক ৷ কাণ আৰু...

Read more

নতুন দিল্লীত পদ্মশ্ৰী সন্মান গ্ৰহণ প্ৰথম গৰাকী মহিলা মাউত পার্বতী বৰুৱাৰ

অসাধাৰণ কামেৰে সমাজত নিজৰ নাম উজলাবলৈ সক্ষম হোৱা ভাৰতৰ প্ৰথম গৰাকী মহিলা মাউত পার্বতী বৰুৱাক প্ৰদান কৰা হ’ল পদ্মশ্ৰী বঁটা...

Read more
Page 20 of 543 1 19 20 21 543