মুখ্য সংবাদ

ক্ৰমাৎ বাঢ়িছে বায়ু প্ৰদূষণঃ কাইলৈৰ পৰা দিল্লীত বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়

দিল্লীৰ বায়ু প্ৰদূষণৰ অধিক ভয়াৱহ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত কাইলৈৰ পৰা দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ থাকিব বুলি আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী...

Read more

ক’ভিড মহামাৰীৰ সময়ত দেশৰ অনলাইন শিক্ষা ব্যৱস্থাৰ শোচনীয় ৰূপ উণ্মোচিত শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত, ৫৫.৫ শতাংশ বিদ্যালয়তে নাছিল কম্পিউটাৰ

ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰ  জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছিল ৷ কার্যালয়ৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান, বজাৰ সমাৰ সকলো...

Read more

ৰাজ্যত অব্যাহত আছে বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যত অব্যাহত আছে বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ গোৱালপাৰাত আৰক্ষীৰ চকুত ধূলি দি বহুদিনৰে পৰা চলাই অহা এজন...

Read more

ভয়ঙ্কৰ পথ দুৰ্ঘটনা – গুৱাহাটী অভিমুখী ট্ৰাক আৰু গোৱালপাৰা অভিমুখী মেক্সিমো বাহনৰ মাজত মুখা-মুখী সংঘৰ্ষ

পুৱতি নিশা ৰংজুলিত সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।ৰংজুলি চিকিৎসালয়ৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখী ট্ৰাক আৰু গোৱালপাৰা...

Read more

সাফল্যঃ প্ৰথমবাৰৰ বাবে চিআৰপিএফত পৰিদর্শক পদত দুই মহিলাক নিযুক্তি

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআাৰপিএফ)ৰ দুগৰাকী মহিলা বিষয়া সীমা ধুণ্ডিয়া আৰু এনি আব্ৰাহামক মহাপৰিদর্শ হিচাপে পদোন্নতি প্ৰদান কৰা হৈছে ৷...

Read more

উশাহ লোৱাটো হৈছে কষ্টঃপুনৰ শোচনীয় হৈ পৰিছে দিল্লীৰ প্ৰদূষণৰ মাত্ৰা- ধোঁৱাৰে ভৰিছে আকাশ

পুনৰ অত্যন্ত প্ৰদুষিত হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীৰ বায়ু ৷ বুধবাৰে সামান্য উন্নতিৰ পিছত প্ৰদূষণৰ মাত্ৰা পুনৰ আজি  “গুৰুতৰ” হৈ...

Read more

১৪ ঘণ্টাজোৰা বৈঠক, নিশা ১.১৫ বজালৈ মুখ্যমন্ত্ৰী ডিচি-এছপিৰ আলোচনা ?

ৰাজ্যৰ কেইবাটাও গুৰুত্বপূর্ন  সমস্যা সন্দর্ভত অনুষ্ঠিত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মিলনত নিশা ১.১৫ বজা পর্যন্ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ...

Read more

কিশোৰী হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাঃ ঘোচখোৰ অ’চি উৎপল বৰাই উৎকোচ লোৱাৰ তথ্য ক’ৰ পৰা উদ্ধাৰ কৰিলে আৰক্ষীয়ে ?

টকাৰ লোভত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দি খাকী পোচাকত দাগ লগোৱা ধূলা আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া...

Read more

কাশ্মীৰি পণ্ডিত-প্ৰব্ৰজিত শ্ৰমিকক ভয়-ভাবুকি- আক্ৰমণেৰে সন্ত্ৰাসৰ সৃষ্টি কৰা তিনি উগ্ৰবাদীক গুলীয়াই হত্যা

জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিক আৰু কাশ্মীৰি পণ্ডিতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা লস্কৰ-ই-তৈবাৰ তিনিজন দুধর্ষ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে ৷ জম্মু-কাশ্মীৰৰ...

Read more

আপোনাৰো আছে নেকি ব্লু টিক থকা টুইটাৰ একাউণ্ট , তেতিয়া হ’লে মাহিলী কিমান মাচুল আদায় দিব লাগিব জানেনে ?

জনপ্ৰিয় ছছিয়েল মিডিয়া টুইটাৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে  ক্ৰয় কৰাৰ পাছত কেতবোৰ সালসলনি কৰাৰ কথা ঘোষণা কৰিছে ৷...

Read more
Page 283 of 524 1 282 283 284 524