মুখ্য সংবাদ

কানাডাত অণ্টাৰিঅ’ৰ ৰিচমণ্ড হিলৰ বিষ্ণু মন্দিৰত দুৰ্বৃত্তই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক লক্ষ্য কৰাক লৈ তীব্ৰ চাঞ্চল্য

কানাডাত অণ্টাৰিঅ'ৰ ৰিচমণ্ড হিলৰ বিষ্ণু মন্দিৰত দুৰ্বৃত্তই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক লক্ষ্য কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ভাৰতীয় সম্প্ৰদায়ক...

Read more

ত্ৰিপুৰাত টেংক পৰিষ্কাৰ কৰোঁতে শ্বাসৰুদ্ধ হৈ ৩ জনৰ মৃত্যু,১জনৰ অৱস্থা সংকটজনক

ত্ৰিপুৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ দক্ষিণ ত্ৰিপুৰাৰ চাব্ৰুমত এটা পৰিত্যক্ত  টেংক পৰিষ্কাৰ কৰোঁতে শ্বাসৰুদ্ধ হৈ তিনিজন শ্ৰমিকৰ মৃত্যু...

Read more

শুক্ৰবাৰৰ পৰা পৰৱৰ্তী ৭৫ দিনৰ বাবে সকলো প্ৰাপ্তবয়স্কক বিনামূলীয়া কোভিড বুষ্টাৰ

দেশৰ সকলো প্ৰাপ্তবয়স্কই শুক্ৰবাৰৰ পৰা অহা ৭৫ দিনৰ ভিতৰত এক বিশেষ অভিযানৰ অধীনত চৰকাৰী কেন্দ্ৰসমূহত কৰোণা ভাইৰাছ ভেকছিনৰ বিনামূলীয়া বুষ্টাৰ...

Read more

জাগীৰোডলৈকে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিলে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ

জাগীৰোডলৈ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিষয়টোৱে উদিগ্ন কৰি তুলিছে মধ্য অসমৰ জাতীয় দল-সংগঠনক । সেয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ...

Read more

ৰে’ল বিভাগৰ তৎপৰতাত পুনৰ কার্যক্ষম লামডিং-বদৰপুৰ ৰে’লপথ

মে’ মাহত সংঘটিত হোৱা ভূমিস্খলনত ৰাজ্যৰ  ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-বদৰপুৰ ৰে’লপথত  হোৱা ক্ষতি মেৰামতি কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে।উত্তৰ পূব সীমান্ত...

Read more

ধাৰাসাৰ বৰষুণৰ ফলত দেশৰ ৩ খন ৰাজ্যত ১৮ জন লোক নিহত

দিল্লী-এনচিআৰত হোৱা বৰষুণৰ বাবে  মঙলবাৰে উষ্ম গৰমৰ পৰা সকাহ পাইছে সাধাৰণ ৰাইজে ৷ কিন্তু  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি (১৩...

Read more

প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

প্ৰলয়ংকৰী বানে তচনচ কৰি যোৱাৰ সময়তে নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বৰ্তমান পৰ্যন্ত...

Read more

দিল্লীত কোনে হত্যা কৰিলে গোলাঘাটৰ পিংকী বড়োক ?

দিল্লীত উদ্ধাৰ কৰা  হৈছে এগৰাকী অসমীয়া মহিলাৰ মৃতদেহ ৷ জানিবপৰা মতে মৃত মহিলাগৰাকীক অসমৰ গোলাঘাটৰ ধনশিৰি উপ-সংমণ্ডলৰ বচাপথাৰৰ বাসিন্দা পিংকী...

Read more

নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী "গান্ধাৰ"ৰ উদ্যোগত অহা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ সদৌ অসম অসমীয়া ন-পুৰণি সোণসেৰীয়া গীতৰ (গায়কী)...

Read more

নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ- ২০২২ৰ আয়োজন

অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও চহৰত সদৌ অসম পাঞ্জা...

Read more
Page 343 of 525 1 342 343 344 525