মুখ্য সংবাদ

যোৰহাট কাণ্ড: মুল অভিযুক্ত ক’লা ল’ৰাৰ দূর্ঘটনাত মৃত্যু

ৰাজ্য কপাঁই যোৱা যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাৰ মুল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ পুৱতি নিশা দূর্ঘটনাত পতিত হৈ মৃত্যু ঘটিছে...

Read more

ফাষ্টট্ৰেক ক’র্টত হ’ব অনিমেষ ভূঞাৰ হত্যাৰ বিচাৰ

যোৰহাটত সোমবাৰে গণপ্ৰহাৰৰ বলি হৈ  অনিমেষ ভূঞা নামৰ এজন যুৱকে মৃত্যুক সাৱটি  ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই...

Read more

ঘৰতে পাব ক’ভিড ভেকচিন, চৰকাৰে লৈছে এই কার্যসূচী

অসমত ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে সোমবাৰৰ  পৰা ৫ ডিচেম্বৰলৈ আৰম্ভ কৰিছে...

Read more

অহা ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

এতিয়া গ্ৰন্থমেলাৰ বতৰ। সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত গুৱাহাটী গ্ৰন্থমেলাৰ দিন ঘোষণা কৰা হয়। অহা ২৯ ডিচেম্বৰ তাৰিখৰ পৰা চানমাৰিস্থিত...

Read more

ভাৰতীয় পশু কাল্যাণ পৰিষদৰ ওপৰত কিয় খর্ড়্গহস্ত হ’ল দিল্লী উচ্চ ন্যা্য়ালয় ?

ভাৰতীয় পশু  কাল্যাণ পৰিষদ(এ ডব্লিউ বি আই )ৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে দিল্লী উচ্চ ন্যায়ালয় ৷ পূর্বে দিয়া নির্দেশনা পালন...

Read more

অ’মিক্ৰনৰ সন্ত্ৰাস : কাইলৈৰ পৰা বিদেশৰ পৰা অহা যাত্ৰীয়ে মানি চলিবলগীয়া নতুন নিয়মসমুহ জানেনে?

ক’ভিডৰ নতুন ভেৰিয়েন্টে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি তুলিছে ৷ বিশ্বৰ ১৫ খনতকৈয়ো অধিক দেশত এই নতুন ভেৰিয়েন্ট ধৰা পৰাৰ পিছতে...

Read more

টুইটাৰৰ নতুন চি ই অ’ৰ পদত ভাৰতীয় মুলৰ ব্যক্তি

জনপ্ৰিয় ছচিয়েল মিডিয়া টুইটাৰক নেতৃত্ব দিব ভাৰতীয় মুলৰ ব্যক্তিয়ে ৷ টুইটাৰৰ নতুন চি ই অ’ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয়...

Read more

আইছিছৰ পৰা হত্যাৰ ভাবুকি গৌতম গম্ভীৰলৈ

প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰলৈ আইছিছ কাশ্মীৰ শাখাৰ পৰা হত্যাৰ ভাবুকি আহিছে। এতিয়ালৈকে তৃতীয়বাৰৰ বাবে সাংসদ গৰাকীয়ে এই...

Read more

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা দুজনৰ শৰীৰত ধৰা পৰিছে কভিদ ভাইৰাছৰ উপস্থিতি

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা দুজন যাত্ৰীৰ শৰীৰত কভিদৰ উপস্থিতি ধৰা পৰাত দেশৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। কৰ্ণাটকৰ...

Read more
Page 468 of 543 1 467 468 469 543