মুখ্য সংবাদ

১৯ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূবত দৃশ্যমান হ’ব ৫০০ বছৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ

এই আংশিক চন্দ্ৰগ্ৰহণে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণতকৈ দীঘল হোৱা দীৰ্ঘতম গ্ৰহণৰ অভিলেখ ভংগ কৰিব ২০২১ চনৰ অন্তিমটো চন্দ্ৰগ্ৰহণ আংশিক ভাৱে দৃশ্যমান হ'ব...

Read more

ৰাষ্ট্ৰসংঘৰ পৰা পাকিস্তানলৈ কঠোৰ বাৰ্তা ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সাধাৰণ সভাত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰা হয়। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিষয়টো উত্থাপন কৰি ন্যায় বিচাৰে। ভাৰতে কেন্দ্ৰীয়শাসিত...

Read more

মহানগৰীত ট্ৰেফিক চিগনেল অতিক্ৰম কৰোঁতে সাৱধান হওক, শীঘ্ৰে আহি আছে এই ব্যবস্থা

গুৱাহাটী মহানগৰীৰ ট্ৰেফিক চিগনেল অতিক্ৰম কৰোতে এতিয়াৰ পৰা আপুনি সাৱধান হওঁক। ট্ৰেফিক আৰক্ষী নেদেখি সুযোগ বুজি ট্ৰেফিক চিগনেল ভংগ কৰিবলৈ...

Read more

ৰাস চাবলৈ মাজুলীত মুখ্যমন্ত্ৰী, নিশা কটাব মিচিং চাংঘৰত

দুদিনীয়া কাৰ্যসূচীৰে আজি সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যতঃ ৰাস উপভোগৰ বাবে মাজুলীত উপস্থিত...

Read more

বিট্ৰেইনৰ ডাৰহাম বিশ্ববিদ্যালয়ত বেশ্যা বৃত্তিৰ পাঠ্যক্ৰম আৰম্ভ

অলপতে বিট্ৰেইনৰ ডাৰহাম বিশ্ববিদ্যালয়ত বেশ্যাবৃত্তিৰ পাঠ্যক্ৰম আৰম্ভ হৈছে। অতীজৰে পৰা চলি অহা বৃত্তিক নতুন ৰূপত চাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। ...

Read more

১৯ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূবত দৃশ্যমান হ’ব ৫০০ বছৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ

২০২১ চনৰ অন্তিমটো চন্দ্ৰগ্ৰহণ আংশিক ভাৱে  দৃশ্যমান হ'ব ১৯ নৱেম্বৰত ৰাস পূৰ্ণিমাৰ নিশা ৷ এই মহাকাশীয় পৰিঘটনা  বিৰল কিয়নো  ১৪৪০...

Read more

ৰাছিয়াৰ নাভূত নাশ্ৰুত কাণ্ডত মহাকাশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি

অলপতে ৰাছিয়াৰ কাণ্ডত হতবাক হৈ পৰিছে মহাকাশত থকা নাছাৰ নভোচৰসকল। কোনো আগজাননী নিদিয়াকৈ প্ৰেৰণ কৰা উপগ্ৰহ বিধ্বংসী ক্ষেপণাস্ত্ৰই মহাকাশত হাহাকাৰ...

Read more

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নতুন শিক্ষা নীতি প্ৰচলনৰ ব্যাপক প্ৰস্তুতি

নতুন শিক্ষানীতি বলবৎ কৰাৰ উদ্দেশ্যে অসম শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৩ চনৰ ভিতৰত নতুন শিক্ষানীতিৰ দ্বাৰা ৰাজ্যখনৰ শিক্ষাখণ্ড...

Read more

গোৱালপাৰা সৈনিক স্কুলক কণ্টেইনমেন্ট জ’ন ঘোষণা

কভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যৰ প্ৰাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সকলো স্তৰৰ শিক্ষানুষ্ঠানত আৰম্ভ হৈছে নিয়মীয়া পাঠদান। কিন্তু...

Read more

কাশ্মীৰত দুটা এনকাউণ্টাৰত নিহত পাঁচ উগ্ৰবাদী

জম্মু -কাশ্মীৰত অব্যাহত আছে সেনা আৰু উগ্ৰবাদীৰ সংঘৰ্ষ। কাশ্মীৰৰ কুলগ্ৰামত বুধবাৰে সংঘটিত দুটা পৃথক সংঘৰ্ষত নিহত হৈছে পাঁচ উগ্ৰবাদী। নিহত...

Read more
Page 478 of 543 1 477 478 479 543