মুখ্য সংবাদ

লোকসভাক বিদায়! ৰাজ্যসভালৈ ছোনিয়াৰ মনোনয়ন, ইন্দিৰাৰ পিছত উচ্চ সদনলৈ গান্ধী পৰিয়ালৰ দ্বিতীয় সদস্যৰ মনোনয়ন

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ৰাজ্যসভাৰ পৰা আজি মনোনয়ন দাখিল কৰে। কংগ্ৰেছে জয়পুৰ সমষ্টিৰ পৰা ৰাজ্যসভাৰ বাবে ছোনিয়াক মনোনীত কৰে।...

Read more

বাইকেৰে আহি ছাগলী চোৰৰ চেষ্টা , জামুগুৰিহাটৰ বগীবিলত উত্তেজনা

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ছাগলী চুৰিৰ ঘটনা ৷ বহু সময়ত বিলাসী বাহেনেৰে আহিও একাংশ লোকে ছাগলী চুৰি কৰিবলৈ চেষ্টা কৰা...

Read more

১২ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত ‘স্বদেশ পটভূমি’য়ে আয়োজন কৰা গল্পৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান৷

অসমৰ অত্যাধুনিক ছপাশালৰ অন্যতম বাটকটীয়া প্ৰয়াত যোগেশ শৰ্মাৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি ১২ফেব্ৰুৱাৰী সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘স্বদেশ পটভূমি’য়ে ৰাজ্যিক...

Read more

নগাঁৱৰ খলিহামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ছাত্ৰী

  নগাঁৱৰ খলিহামাৰীত ১৩ ফেব্ৰুৱাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্রবেগী ডাম্পাৰৰ খুন্দাত নিহত হয় এগৰাকী ছাত্ৰ ৷...

Read more

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম কন্যা, জেইই মেইনছত ছাত্ৰীৰ ভিতৰত তৃতীয় স্থানত মধুস্মিতা, পিতৃয়েও লাভ কৰিছিল মেট্ৰিকত স্থান

সদ্য ঘোষিত জেইই মেইনছ- ২০২৪ ত অসমৰ এগৰাকী শিক্ষার্থীয়ে ছাত্ৰীৰ ভিতৰত দেশৰ তৃতীয় শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷...

Read more

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনাই ফাদিল প্ৰশ্নকাকত, নিলম্বিত পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ

প্ৰতিবছৰে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খেলিমেলি হোৱাটো প্ৰায় স্বাভাৱিক হৈ পৰিছে ৷ বিশেষকৈ প্ৰতিবাৰ পৰীক্ষাতে প্ৰশ্নকাকত ফাদিল হোৱা...

Read more

২০২৪ ২৫ ৰ পূৰ্ণাংগ বাজেটক লক্ষ্যহীন , পৰিকল্পনাহীন হিতাধিকাৰীমুখী আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থখন বাজেট তথা ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট বিধানসভাত দাখিল কৰাৰ পাছতে অসমৰ সচেতন মহল, দল-সংগঠনে নিজৰ...

Read more
Page 49 of 543 1 48 49 50 543