দেশৰ প্ৰান্তীয় জনসাধাৰণক উন্নত সেৱা আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীৰ উদ্যোগত যোৱা ১৯ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ দিনা বিশ্বকৰ্মা যোজনা আঁচনিৰ শুভাৰম্ভ কৰা হয়।...
Read moreআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বাভাস ২০ ভিত্তি পইণ্ট বৃদ্ধি কৰিছে। মঙলবাৰে সংস্থাটোৱে প্ৰকাশ কৰা...
Read moreধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ অধিকাংশ অঞ্চলত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা কেইদিনমান ধৰি...
Read moreগুৱাহাটী, ১৬ জুলাই : ডিমাপুৰস্থিত উত্তৰ-পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ঐক্যতান দ্যা কোৰাচৰ তত্বাবধানত কালি...
Read moreগুৱাহাটী, ১৬ জুলাই : সোমবাৰে সন্ধিয়া ৬ বজাত কলকাতা অসম ভৱন, চল্টলেক, চেক্টৰ ৩ ৰ সভা গৃহত অসম সাহিত্য সভা...
Read moreআগন্তুক নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব ড’নাল্ড ট্ৰাম্প । সোমবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ড’নাল্ড ট্ৰাম্পক আনুষ্ঠানিকভাৱে...
Read moreবিক্ৰম মিশ্ৰীক ভাৰতৰ নতুন বৈদেশিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে । সোমবাৰে তেওঁ দায়িত্ব গ্ৰহণ কৰে। ১৯৮৯ বেচৰ ভাৰতীয় বৈদেশিক...
Read moreদৰং জিলাৰ মঙলদৈত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ বাবে দৰং জিলা প্রশাসনে ১৪৬ বিঘা ভূমিৰ আৱন্টনত অনুমোদন জনাইছে। দৰঙৰ জিলা আযুক্ত...
Read moreদীৰ্ঘদিন ধৰি ঘৰুৱা ৰন্ধন এলপিজি গেছ বাণিজ্যিক খণ্ডত ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে। এই অভিযোগসমূহৰ সমাধানৰ বাবে...
Read moreআজি গুৱাহাটীৰ জ্যোতিনগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ আতিথ্যত আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী " সুৰতীৰ্থ"ৰ উদ্যোগত উক্ত বিদ্যালয় প্ৰাংগণত ৫ দিনীয়াকৈ...
Read more“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7