বক্সিং তাৰকা তথা অসমৰ গোলাঘাট জিলাৰ সুযোগ্যা সন্তান লাভলিনা বৰগোঁহাইয়ে এইবাৰ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিলে আহি থকা মহিলা বিশ্ব বক্সিং...
Read moreঅসমবাসীলৈ সুখবৰ। ভাৰতৰ অন্যতম বৃহৎ অ' টি টি প্লেটফৰ্ম Sony liv যোৱা ১ অক্টোবৰৰ পৰা সম্প্ৰচাৰিত হৈছে অসমীয়া ছবি আমিষ।...
Read moreঅহা ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া আৰৱ আৰু ওমেনত হ'বলগীয়া ICC T-20 বিশ্বকাপ ক্ৰিকেটৰ বাবে আম্পায়াৰৰ তালিকা প্ৰকাশ পাইছে। এই...
Read moreযোৱা ৭অক্টোবৰ তাৰিখে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলং পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী আৰু মূখ্য মন্ত্রীৰ। শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত লোকসেৱা...
Read moreযোৱা তিনি অক্টোৱৰ তাৰিখে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ীৰে মহতিয়াই আন্দোলনকাৰী আঠজনকৈ কৃষক নেতাক হত্যা কৰে। আৰক্ষীয়ে...
Read moreড্ৰাগছ সেৱন কৰাৰ বাবে মুম্বাইৰ পাৰ্টিৰ পৰা আটক কৰা চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আদালতে সাত দিনৰ...
Read moreদেৱীৰ ঘোঁৰাত আগমন।ফল-ছত্ৰভঙ্গতুৰঙ্গম। সামাজিক, ৰাজনৈতিক তথা সামৰিক অস্হিৰতা। ২৪ আহিন, ইংৰাজী১১অক্টোবৰ২০২১, সোমবাৰ:- পুৱা ৮.৩০ বজাৰ পৰা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ।সন্ধ্যা দেৱীৰ...
Read moreআজি ৮অক্টোবৰ ,ভাৰতীয় বায়ুসেনা দিৱস (Indian Airforce Day). আজিৰ দিনটো ভাৰতীয় বায়ু সেনাৰ বাবে এটি মহত্বপূৰ্ণ দিন কাৰণ আজি ভাৰতীয়...
Read moreঔপনিৱেশিক শাসনৰ প্ৰভাৱত উপসাগৰীয় অঞ্চলৰ শৰনাৰ্থীসকলৰ অৱস্থাৰ ওপৰত সৃষ্টি কৰা সাহিত্যৰাজিৰ বাবে সাহিত্যিক আব্দুল ৰাজাক গুৰনাহক ২০২১ সাহিত্যৰ নোবেল বঁটা...
Read moreনিশা মহানগৰীত সুৰাপান কৰি গাড়ী চলাই শ্ৰমিক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱাই আৰক্ষীৰ সুৰুঙাৰ বাবে আদালতত জামিন মঞ্জুৰ হৈছিল। পিছত দিছপুৰ...
Read more“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।
© 2021 All rights reserved by voice 24x7