মুখ্য সংবাদ

জল পৰিবহণৰ জিৰণিচ’ৰাতে উদ্ধাৰ ৭০০ লাইফ জেকেট, বিভাগৰ দুৰ্নীতি দেখি হতভম্ব মুখ্যমন্ত্ৰী

যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা আভ্যন্তৰীণ জলসম্পদ পৰিবহণ বিভাগৰ নিমাতীঘাটস্থিত এটা জিৰণি গৃহত উদ্ধাৰ হৈছে দ’মে দ’মে লাইফ জেকেট৷ ৭০০ৰো...

Read more

কাহিলীপাৰা পালেহি পৰিমীতাৰ নশ্বৰ দেহঃ শোকত ভাঙি পৰিছে আত্মীয়-স্বজনকে ধৰি ওচৰ-চুবুৰীয়া

বুধবাৰে বিয়লি নিমাতীঘাটৰ জল সংযোগী পথৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমীতা দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ কাহিলীপাৰাৰ নিজা গৃহলৈ অনাৰ লগে...

Read more

নৱেম্বৰ মাহৰ পৰা মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।...

Read more

মাজুলীত তীব্ৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীৰ মন্তব্য, এইটো এটা নৰহত্যাৰ ঘটনা আৰু ইয়াৰ বাবে অসম চৰকাৰ সম্পূৰ্ণ দায়বদ্ধঃ প্ৰতিবাদকাৰীৰ ৰোষত মন্ত্ৰী বিমল বৰা

নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাৰ বুজ ল'বলৈ যোৱা মন্ত্ৰী বিমল বৰাক আগচি ধৰিলে প্ৰতিবাদকাৰীয়ে।উপায়বিহীন হৈ প্ৰতিবাদকাৰীৰ মাজতে বহি পৰা মন্ত্ৰীগৰাকীক উপৰ্যুপৰি...

Read more

নিমাতীঘাটৰ কৰুণ ঘটনাৰ তিনি খলনায়কক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনঃলাভ কৰা নাই যাত্ৰীৰ সঠিক সংখ্যা আৰু ঠিকনা

বুধবাৰে বিয়লি ৪ বজাত মাজুলীৰ ভৰ লুইতৰ বুকুক সংঘটিত হোৱা কৰুণ নাও দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে জল পৰিবহন মন্ত্ৰী...

Read more

ভৰ লুইতৰ বুকুত হেৰাই গ’ল মাজুলী ৰঙাচাহি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাস

ভৰ লুইতৰ বুকুত বিভিন্ন সময়ত ফেৰী দুৰ্ঘটনা হৈ আহিছে যদিও বুধবাৰৰ এই দূৰ্ঘটনা আছিল অতিকৈ ভয়াবহ আৰু মৰ্মান্তিক।এই মৰ্মান্তিক দুৰ্ঘটনাটোত...

Read more

মৃৎ শিল্পী-ব্যৱসায়ী-উদ্যোগীৰ মনলৈ সকাহঃ দুৰ্গা পূজাক লৈ আশাবাদী ব্যৱসায়ী সন্থা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা অনুষ্ঠিত হ'ব বুলি কৰা ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে মৃৎ শিল্পীৰ লগতে অন্যান্য...

Read more

নিমাটিঘাটত ভৰা লুইতৰ বুকুত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনা, শতাধিক লোক হতাহতৰ আশংকা

যোৰহাটৰ নিমাটিঘাটত ভৰা লুইতৰ বুকুত  আজি বিয়লি সংঘটিত হৈছে ভয়ংকৰ ফেৰী দুৰ্ঘটনা। দুৰ্ঘটনাটোত শতাধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।...

Read more

ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰি উদযাপন কৰিব পাৰিব দুৰ্গা পূজাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বিগত প্ৰায় ডেৰটা বছৰজুৰি ক'ৰনা মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বৰ লগতে অসমবাসীও উৎসৱৰ আনন্দৰ পৰা বঞ্চিত হৈ ৰৈছে। বিহু-পূজাৰ আনন্দৰ পৰা...

Read more

সলনি হ’ব কামৰূপ মেট্ৰো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা

পানবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মেট্ৰো জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন আৰক্ষী আয়ুক্তৰ...

Read more
Page 530 of 543 1 529 530 531 543