মুখ্য সংবাদ

পুনৰ ভাৰতীয় ষ্টেট বেংকৰ সতৰ্কবাণীঃ বন্ধ হৈ যাব পাৰে একাউন্ট

ভাৰতীয় ষ্টেট বেংকে পুনৰবাৰ সতৰ্ক কৰিছে গ্ৰাহকসকলক। উল্লেখ্য যে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত নকৰিলে বন্ধ হৈ যাব বেংক...

Read more

দ্বিতীয় বাৰলৈ হত্যা নকৰিব নন্দিতা শইকীয়াকঃ মৃত্যুৰ পিছত সমালোচনা কিমান যুক্তিসন্মত?

মৃত্যু এক চিৰন্তন সত্য। মৃত্যুক জয় কৰিব নোৱাৰি।সাধাৰণতে সকলো দোষৰ মাফ মৃত্যু । তথাপি মৃত্যু হোৱা জনক লৈ কৰা সমালোচনা...

Read more

ভাৰতলৈ হুংকাৰ পি টি আই নেত্ৰীৰঃকাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় লব তালিবানৰ

কাশ্মীৰ কাঢ়ি লবলৈ পাকিস্তানে সহায় ল’ব নৃশংস সন্ত্ৰাসবাদী সংগঠন তালিবানৰ। এই হুংকাৰ প্ৰদান কৰিছে পাকিস্তানৰ পি টি আইৰ নেত্ৰী নিলম...

Read more

সম্পত্তিৰ পৰিমাণ আয়তকৈ ৯৫ শতাংশ অধিক! গ্ৰেপ্তাৰৰ পিছত ধুবুৰীৰ প্ৰাক্তন এ ডি চি ছইবৰ ৰহমানৰ ঘৰত আৰক্ষীৰ অভিযান

মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বিশেষ নিৰীক্ষণ গোটৰ এটি দলে এ চি এছ বিষয়া তথা সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব চাইবুৰ ৰহমানৰ বাসগৃহত...

Read more

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত ,চলিব নৈশবাছ

ৰাজ্যবাসীলৈ সু-খবৰ অহা ১ ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি ১ ছেপ্টেম্বৰৰ পৰা বাছ-মটৰৰ...

Read more

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই

২১ আগষ্টৰ দিনা মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু তেওঁৰ বান্ধৱী তথা বান্ধৱীৰ পিতৃক মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই...

Read more

পোষ্ট ক’ভিডত আক্ৰান্ত লোকলৈ সুখবৰঃ গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত একমো পদ্ধতিৰে আৰোগ্য বহু ৰোগী

ক'ভিডত আক্ৰান্ত বহুজনৰ বাবে পোষ্ট ক'ভিড জটিলতা সহ্য কৰাহে কঠিন হৈছে। এনে জটিলতাত সমগ্ৰ দেশতে অসংখ্য লোকৰ মৃত্যু ঘটিছে। অসমতো...

Read more

চৰাইদেউৰ টিঙালীবাম চাহ বাগিচাত ৬ বছৰীয়া শিশুৰ নৃশংস হত্যাঃ ‘কালী’ৰ নামত উচৰ্গা কৰাৰ সন্দেহ

সভ্যতাক লজ্জ্বানত কৰি এটাৰ পাছত এটাকৈ সংঘটিত হৈছে নৰবলিৰ ঘটনা। কিছুদিন আগতে চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ চিংলো লাইনত এটি...

Read more

তালিবানে অপহৰণ কৰিলে ইউক্ৰেইনৰ বিমানঃ অভিযোগ ৰাষ্ট্ৰখনৰ উপ-বৈদেশিক মন্ত্ৰী য়েভগেনি য়েনিনৰ

তালিবানে নিত্য নতুন কাণ্ডৰে বিশ্ববাসীক শংকিত কৰি ৰাখিছে। মানৱ অধিকাৰৰ পক্ষত থকা কোনো ব্যক্তিয়েই তালিবানৰ অমানৱীয় কাণ্ডক সমৰ্থন জনাব পৰা...

Read more

অসাৰ হ’ব নেকি ৰাজ্য চৰকাৰৰ নিচামুক্ত অসম গঢ়াৰ সপোনঃৰাজ্যত বৰ্তমানেও আছে ৩ লক্ষাধিক ড্ৰাগছ আসক্ত

নিচা মুক্ত অসম গঢ়াৰ সংকল্পৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শাসনভাৰ লোৱা দিন ধৰি ড্ৰাগছৰ বিৰুদ্ধে প্ৰৱল অভিযান চলাই...

Read more
Page 536 of 543 1 535 536 537 543