মুখ্য সংবাদ

জন আশীৰ্বাদ যাত্ৰাৰ বাবে গুৱাহাটীত উপস্থিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসমৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শনিবাৰে পুৱা জন আশীৰ্বাদ যাত্ৰাৰ বাবে গুৱাহাটীত উপস্থিত হৈছেহি।উল্লেখযোগ্য যে কেন্দ্ৰীয় বন্দৰ,...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষাৰ প্ৰতিষ্ঠান আইডলৰ ভৱিষ্যত গভীৰ অনিশ্চয়তাতঃ বৃহৎ বিত্তীয় কেলেংকাৰী আৰু অনিয়মৰ পৰিণতি ভূগিছে কৰ্মৰত শিক্ষক-কৰ্মচাৰীয়ে

গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'আইডল' একাংশ আশাহত ছাত্ৰ-ছাত্ৰীৰ বাবে আশাৰ কিৰণস্বৰূপ। বিভিন্ন কাৰণত উচ্চশিক্ষাৰ পৰা বঞ্চিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই দূৰ...

Read more

১০০ দিন পূৰ্ণ হোৱাৰ উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ ৯ টা বিশেষ উপহাৰ

বিজেপি চৰকাৰৰ ১০০ দিন পূৰ্ণ হোৱাৰ উপলক্ষে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আগবঢ়ালে ৯ টা বিশেষ উপহাৰ। আজিৰ পৰা অৰুণোদয়...

Read more

বিশিষ্ট শিক্ষাবিদ ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি

বিশিষ্ট শিক্ষাবিদ ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে নিযুক্তি দিয়া হৈছে৷শিক্ষাবিদ গৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ জ্যেষ্ঠ...

Read more

আফগান মহিলা সাংবাদিকক চাকৰিৰ পৰা খেদিলে তালিবানে

তালিবানে আফগানিস্তান নিজৰ ক্ষমতালৈ অনাৰ পাচত এটা টিভি চেনেলৰ এগৰাকী আফগানী মহিলা সাংবাদিকক বৰ্খাস্ত কৰে নিজৰ কৰ্তব্য পালনৰ পৰা। ছ’চিয়েল...

Read more

টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল অসমীয়া ছবি।টৰন্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।...

Read more

ভাৰতত প্ৰদান কৰা বহু কভিশ্বিল্ড ভেকছিন ভুৱাঃ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদত প্ৰকাশ ভয়ংকৰ তথ্য

বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত আৰু আফ্ৰিকাত ভুৱা কভিশ্বিল্ড ভেকছিন উৎপাদনৰ তথ্য নিশ্চিত কৰিছে। সংস্থাটোৱে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে ভাৰত...

Read more

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ হঠাৎ বদলিৰ ৰহস্য ফাদিলঃকলৈ গ’ল জব্দকৃত ৫০ লাখ টকা?

গোলাঘাট জিলাত দুমাহ পূৰ্বে নিযুক্তি প্ৰদান কৰা আৰক্ষী অধীক্ষক আই পি এছ ডাঃ ৰবীন কুমাৰ হঠাৎ বদলিৰ নিৰ্দেশ অহাৰ মূলতে...

Read more

৯৬০০ টকালৈ দৰমহা বৃদ্ধিৰ আহ্বান মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

বিগত বহু সময়জুৰি সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ অৰ্থে সংবাদমেলৰ আয়োজন কৰাৰ...

Read more

আজিৰ ভিতৰতে সমাপ্ত কৰিব লাগিব বেংকৰ যাৱতীয় কাম-কাজঃ অহা ৫ দিনৰ বাবে বন্ধ থাকিব বেংক পৰিসেৱা

বৃহস্পতিবাৰৰ পৰা ভাৰতৰ বহু ঠাইত বন্ধ থাকিব বেংক পৰিসেৱা। ১৯ আগষ্টৰ পৰা ২৩ আগষ্টলৈকে অহা ৫ দিনৰ বাবে বন্ধ থাকিব...

Read more
Page 538 of 543 1 537 538 539 543